পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব ১৫৩। প্রাকৃত ‘ণ ৰ ঠাইত অসমীয়াত ন হয় আৰু সংস্কৃত । কেতিয়াবা « বা ঙ হয়। যেনে, গাভিন pregnant, এ. গণি, স, গর্জিন ( ব. ২১০); পানী water, প্রা. পাণিঅং. স. পানীয় (হে. ১১০১); বয়ান face, প্রা. বয়ণম্ ($ ১৫২); হনুমন্ত a well-known monkey of the Ramayana, প্রা. হনুমমতাে, স, হনুমান্ (হেমচ, ২১৫৯); কুঞা stining, smelling like a dead body, স, কুণপঃ; কোঙা having a cooked arm, স, কুণিঃ; ইত্যাদি। ১৫৪। সাধাণতঃ ৰ' ৰ ঠাইত ‘ল’ হয় ( $ ১০৩)। যেনে, হালধি turmeric, প্রা. হলদি, হলন্দা, স, হৰিদ্ৰা (হে. ১৮৮); নােমাল new- born baby, প্রা. উমালে, স. নৱকুমাৰঃ (হে, ১১৭১; ব, ২৩• ); ফালে he splits, প্রা. ফাৰেই, স, পাটয়তি ( কাত্যা, ৭৮); মলে he rubs or wipes away, প্রা. মৰ, মূলই, স, মৃতি (কাত্যা, ৭৫৭); কোদাল, কোৰ a spade, a hoe, স. কুদ্দাৰ, কুন্দালঃ ; নাৰিকল cocoa-nut, স. নাৰিকেলিঃ (-লী), নাৰিকে (-লঃ), নাড়ি, (-ভী) কে, নালিকেৰঃ; ইত্যাদি। ১৫৫। কেতিয়াবা ‘ল’ৰ ঠাইত ৰ হয় ( $ ১০৩); যেনে, সাৰে he sweeps, প্রা, সালীঅদি, স, সার্বতে (মৃচ্ছক, ৭ অ.); কচ, কৰচলি ladle, স, কলাচিক, কলাচী; উল mortar, প্রা. ওহলং, উলুহল, স. উলুখল (হে ১১৭১), d, তামিল-উল (mortar); নেগুৰ, লেঙ্গুৰ tail প্রা, গুল, লগুলম, স, লালম্ (হে. ১২৫৬); দৰিদ্ৰ poor, প্রা. লিঙ্গো, স, দৰিদ্ৰঃ ; হেৰি a term of address, প্রা, হেল্লি (হেমচ, ৪৩৭৯, ৪২২), স, হংডে ; কোঢ়াল (কোহাল) noise, স, কোলাহল; উকলি loud exclamation uttered by several women in concert, বৈ. উলুনি ( ht. a hooting, a howl); ইত্যাদি। ১৫৬। কদাচিত ‘ল’ৰ ঠাইত ন হয় (৪১•১)। যেনে, আপােন own, sek, , অল্প, অপ, অশু, স, আত্মীয়ম্ (হেমচ, ২১৬৩; ৪৩৩৭); পৰু onion, স, পলা; ভ্যাদি। | ১৫৭। কেতিয়াবা ৰ বা ৰ ঠাইত প হয়। যেনে, যােপ the Indian f ree, স, খ, বৈ ধ (name of a tree mentioned wth প্ল, অ and যদিৰ; অখ. বে. ৫৫৫, ২০১৩৭১১); গল্প pride, arogance, স গ; ইত্যাদি।