পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰ-বিকৃতিৰ সাধাৰণ নিয়ম need এ. গড়ং, নল, স, নড়ম্ (হে, ১২০২); ডাল a branch, প্রা. ডালইম, স. দাড়ক (হে, ৪৪৪৫); নালী channel এ. শাড়ী, ণালী, স. নাড়ী (হে. ১২০২); তালাফাল tossing about . তডপডই, স, তড (d, গুজৰা, তড়ফড়বু; মাৰাতড়ফড়েণ); হালিম pomegranate, , দালিম, দাড়িমম, স, দাড়িমং, দালিম; কুঁৱলী fog, mist, স, কুহেড়ী, কুহেড়িকা, কুহেলিকা; খালৈ a fish-basket, স কণ্ডিকা (cf. মৎস্য-কৰণ্ডিকা a fish-basket) ইত্যাদি। ১৫১। “ঢ’ৰ ঠাইত সচৰাচৰ , ঢ, বাধ হয়। যেনে, বেঢ়ে he surrounds, প্রা. ৱেই, স. ৱেষ্টতে (কাত্যা, ৭৩৮); বাঢ়ে it increases, প্রা. বড়ঢএ, স. বর্ধতে (বৰু, ৮৪৪); পঢ়ে he reads, প্রা. পঢ়ই, স, পঠতি (হে. ১১১৯৯); বুঢ়া old man, প্রা. বুডঢ়ে, স. বৃদ্ধ (হে. ১১৩১); ঠৰ paralysed, প্রা. ঠডটো, স, স্তন্ধ (হে. ২১৩৯); আধা half, প্রা, অড়ঢ়, স. অর্ধ (হেমচ. ২৪১); দাড়, দাৰ tooth (যেনে, ককিলাৰ দাৰ, প্রা. ডাঢ়া, স. দংষ্ট্রা, দাড়কঃ (হেমচ, ২০১৩৯); পীৰা stool, মা, প্রা. পী, সপীঠকঃ (cf. হে. ১৯৯); বাঢ়ৈ carpenter, মা. প্রা. বডঢ়ইএ, স. বর্ধক, বর্ধ কিক (H. sil4); কাঢ়ায় he ploughs, প্রা. কড়ই, স, কৰ্ষতি (হে. ৪১১৮৭); ইত্যাদি। ১৫২। দ’ৰ ঠাইত কেতিয়াবা ৰ, ল, ত বা য় হয়, যেনে—সত্তৰি seventy, প্রা, সত্তদী, সত্তৰী, স. সপ্ততি (8২৮৯); পাচ a wrapper, স, প্রচ্ছদঃ ; কৰা done, প্রা. কিলো, স. কৃতঃ ; পাৰিলে he plucked, প্রা. পাড়িদো, স. পাতিতঃ ; গাৰু pillow, প্রা. গেদু, স, কন্দু, গংডু (১৯১); কৰি having done, প্রা. কৰিঅ, কদুআ, স, কৃত্বা (হেমচ, ৪২৭২); কেৰু ear-ring, প্রা. কমেছু, স, কর্ণেন্দু ( it. a semi- circular ear-ring); গল gone, প্রা. গদে, স, গতঃ ; বতৰ rawness of weather, প্রা. বলি, স, বাদ ( হেমচ, ৪৪১; মাৰা. বা ); মতা male, বৈ, মর্য, ইচলা, মন্দ, মন্দা; বয়ান face (c, চান্দবয়ান), এ. বয়ণ, স, বদনং (হেমচ, ১১৭৭); আৰু bracelet, প্রা, খতুং , স, কটক, বৈ খাদি ( খ ৫৫৪১১১; ১১৬৬৯); ইত্যাদি। • cf, , বাতৰ stormy, windy.