পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮ অসমীয়া ব্যাকৰণ আৰু ৰাভ ভটা (হেম, ১১৯৫); কূ, কুড় (cf. নাঙ্গল-কুৰ) body of the plough, পৃ. কুড়াে, স, কুট (বৰ, ২০); খােৰা, ঘােড়া lame, স, ঘােড়, খােৰ, খােল; খেৰ a kind of gass, thatch, প্রা. থেড়ো, স, খেট, খটঃ (বৰ ২০২০); গঢ়ে he shapes, প্রা, ঘড়ই, স, ঘটতি (হেমচ, ১১৯৫); গােৰ, গুৰি heel, a blow with the heel এ, গন্ডাে, অপ, গড়ু (হেমচ, ৪১৩৯৭), স, গম্; তৰ shore, land, প্রা. তড়াে, স, তটঃ (হেমচ, ৪৩৫২); উৰতীয়া, উড়ন্তীয়া gown p and able to dy, অপ, উচ্ছাৱতি, স, উচ্চপয়া (হেমচ, ৪৩৫২); পনৰু an onion, প্রা. পলাড়ু (?), স. পলাংডু; বৰ great, large, অপত্র বড়া, স. ড্র (হেমচ, ৪৩৬৪); চৰ, পু, অ, চৱৰ a blow with pen hand on the cheek, , চৰিলা চবিড়া, (হেম, ম১৯৮), অপভ্র, চড়ক, স. চপেল ($ ১৪৫); জুপুৰি, (-ৰী) a thatched hut, অপ, ঝমপুড (হেমচ, ৪১৪১৬), গুজ, ফুপড়ী; মােৰ, মােট to, crush, to break, অপ, মােড়তি , স, মােটয়ন্তি (হেমচ, ৪৪৪৫); ৰাই bird, প্রা. চড়ইআ, স, চটকিকা; টুকুৰা a small piece, অপভ্র, থােঅড়ে, টোকড়, স, কোক; বুৰ to sink, প্রা. বুড্ডই, স, রুতি (ব. ৭৬৮); গুৰি powder . গুড়িআ, স, গুটিকা (মৃচ্ছক, ১ অ.), বা প্রা. গুডিআ, স, গুণ্ডিকা ; চেড়ী maid-servant, প্রা. চেড়িআ, স, চেটিকা (মৃচ্ছক. ৬ অ ); বপুৰা poor man, প্রা. বল্পড়া (হেমচ, ৪৩৮৭), স, প্ৰক (lit. father ), মা, বাপড়া, গুজৰা-বাপড় (ব’ আর্থিক, $ ৪৩৪ ); শুৰ proboscis, প্রা. সােণ্ডো , স. ; কুঢ় deep pool, প্রা. কোণ্ড, স. কুণ্ডম (হে. ১২০২); কোৰী a coil for placing pitcher etc. on, স, কুলঃ , (-লং) = a coil of a rope (d, কুলীত =forming a ring, coiled); সঢ়া (পৰ) it. it decays, abates, এ, সড়ই, স, শতি (বৰক ৮৫১); পিট, to pain, to hurt, এ. পিষ্টই, স. পছয়তি (cf. পিজি এ চেড় নিকৃখালেহি=পীভরি এত চেটং নিফালয়-মৃচ্ছক, ১০ অ.); কঠ saw-mat, প্রা, কড়া, স, কট (ব, ২২• ); ফেৰ to sple open, এ. ফেই, স. ফোটয়তি (হেম, ৪৩৫৮); -“তিমিৰ কেৰিয়া বা ৰবিৰ কিৰণ। মা, দে। - ১৫। কেতিয়াবা ৬ ৰ ঠাইত ‘ল’ হয়। বেনে, নল a end of