পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮৭ খ-বিকৃতিৰ সাধাৰণ নিয়ম (টা); চাপৰ blow with open palm with fingers extended, স. চপট, প্রা. চপ্পড় ; ঝড় wood, thicket, স. ঝাটঃ; ইত্যাদি। | টোকা: সংস্কৃতত হয়। যেনে, স. vখােট----=to limp, to be lame, স, ঘােড়, খােৰ, খােল=lame, অ, খােৰা; ইত্যাদি। | কেতিয়াবা ‘ঠ হয়; যেনে, কঠ mat, স, কটা ; কোঠ fort, স, কোট, কোট্টঃ। কেতিয়াবা ‘ত হয়। যেনে, কট, কঁতৰা axle of a Dhong, প্রা. কটৰি, স. ফুটৰ (হেমচ, ৪১৩৫০); ইত্যাদি। ১৪৬। কদাচিত ‘ত’ ৰ ঠাইত ‘দ হয়। যেনে, পদুলি ( ১৪০ ) gateway, outer door, প্রা. পদোলি (c. পদোলি-দুৱাৰে=ৱহিৰে । মৃচ্ছক, ৬.); চাবুদ proof, ইচলা, সাবিত ; বাদুলি a bat স. তুলি। কদাচিত ‘থ’ হয়, যেনে -পৈলাথ mud, mire, স, পলিত। কেতিয়াবা লােপ হয়; যেনে, বা, বাও wind, প্রা. অ, স. বাতঃ (কপূৰম, ১ অ); ঘিউ, ঘিৱ clarified butter, স. ঘৃতম; ইত্যাদি। ১৪৭। কদাচিত ‘প ৰ ঠাইত ব’ বা ‘ব হয়। যেনে, অবযােহ infamy, স, অপযশঃ ; উবাৰ uprooting, eradication, স. উৎপাট; লেও, লেৱ a plaster, স, লেপঃ ; গােৱাল herdsman, cowherd, স, গােপাল ; নােৱাৰে he cannot, স ন পায়তি; জবা the China rose, স, জপ, জৱা; ইত্যাদি। (খ) সম্বাবনাঘােষৰ অসমীয়াত পৰিবর্তন (Changes of sonants in Assamese) ১৪৮। কদাচিত ‘গ’ ৰ ঠাইত ‘ক’ হয়। যেনে, ওকাল to spit out, প্রা. ওগগালই, স. উগৃণাতি (উ+গ; হেম, ৪৪৩); উকা, উগা to relapse, প্রা. উগগই, স. উঘটতে (হেমচ, ৪৩৩); ইত্যাদি। ১৪৯। সাধাৰণতঃ ‘ড' ৰ ঠাইত ৱা ৰ হয়; কেতিয়াবা ট, ঠ বা চ হয়। যেনে, বাৰী garden, প্ৰা, ৰাভী, স, বাটা (হক, ৭২; $ ১০৪); মকৰা spider, এ. মড়ও, স, মর্কটকঃ (মৃচ্ছক, ১৯ অ.); পৰে be falls, এ. পডই, স, পততি (বৰক ৮৫১); দুৰা a kind of turtle, স, দুড়ি (a small tortoise); স’ a boy, পু, অ, লাৰিকা, মা. এ. লডিএ, স, লট; ভাৰা, ভাড়া hire, আ. ভড়, স 14