পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

M অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব ১। কোম-কৰণ (Softening) (ক) বিশ্বাসাঘােষৰ ঠাইত সনাঘােষ (Change of ourd into sonants) ১৪৩। “ক” ৰ ঠাইত গ বা ঘ হয়; কেতিয়াবা লােপ আৰু কেতিয়াবা • অ (ৱ, য়) হয়। যেনে, পাগ cooking, heating, প্রা, পাগাে, স, পাক (cf. প্রা. পাগসাসনাে, স, পাকশাসন; হেমচ ৪২৬৫); এঘাৰ eleven, প্রা, একাৰহ, এগাহ, এআৰহ, এগগাহ, স. একাদশ ( $ ২৮৯); জহা-মাল pole-cat, স. অহকা; বিয়লি (উ. বিঅলি ) afternoon, প্রা. ৱিআলি, স, ৱিকালে (হেমচ, ৪৩৭৭); পয়াৰ a kind of verse, প্রা, পয়াৰৰ, স. প্ৰকাৰ a kind of song (হেমচ, ১৬৮); মগৰ a fabulous sea animal, স. মকৰঃ ; বগুলা, বগলী crane, স. বকঃ (লা, লী, স্বাৰ্থিক প্রত্যয় ); টঙ্গনা, টাঙনা a species of horse, স, টঙ্কন, বৈ. তনঃ (a feet horse); পাগাৰ a well, an embankment around the homestead, a rampart, স. প্ৰাকাৰঃ, পঙ্কাৰ; টেঙা acid, প্রা. টম্ (?) স. তক্রম্ (lit. butter milk, acid curd ) বা স. টংকং a kind of liquor made from টংক (wood-apple); ইত্যাদি। | ১৪৪। কদাচিত ‘চ’ ‘হ’ হয় আৰু কেতিয়াবা অ (ব, য়) হয়। যেনে, নীহ inferior, lowest, . ণী, স, নীচৈঃ (হেমচ. ১১৫৪ ); খোঁহা, খােৱা inlaid প্রা. খচিও, খইও, স, খচিত (হেমচ, ১১১৯৩); আৱাৰ (যেনে, আৱাৰ-বেৱাৰ) customary rite, অপভ্র, আয়ৰু, স. আচাৰ (হেমচ, ৪৩৪১); ইত্যাদি। ১৪৫। কেতিয়াবা ট’ ৰ ঠাইত “ড়” বা “” হয়। যেনে, পাকৰি the waveleaved fig-tree, প্রা. পড়ি, স, পর্কটিং, (টা); কৰাহী, কেৰাহী rying pan, a pan, স, কটাহক; চৰ, পূ, অ চৱৰ a slap, a blow with pen hand, স, চপট, চপেটম; চুৰীয়া waist-cloth for male, স. চোটা, চুটাকা (a petticoat); জগৰ an offence, স. বটক, হিন্দী-ঝগড়া (quarrel); ঝাৰে, জাৰে he sweeps. প্রা. আত্মচ্ছেই, স. অধ্যয়তি, অধি+অদ; চৰাই bird, বা, চড়ই, স, চটকিকা; তৰ bank, shore, স, তট; ঘাৰ back of the neck, স ঘাট