পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮ঃ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব মট small cell, monastery, স, মঠ, অ, মঠ (হে. ১১৯৯); পিহড়াে, পিটৰ pot, pan, স. পিঠৰ। শৌৰসেনী আৰু মাগধীত ‘থ’ৰ ঠাইত হ বা ধ হয় (হেম, ৪২৬৭)। যেনে, নাথ, নাহাে lord, স, নাথ; ৰাজপথ, ৰাজপহাে highway, স. ৰাজপথ। প্রাকৃতত কেতিয়াবা ‘ফ’ৰ ঠাইত ‘ভ হয় আৰু ‘ভ বিকল্পে ‘হ’ হয়। যেনে, সেভালি, সেহালিআ a kind of flower, স, শেফালিকা, অ, শেৱালী (হে. ১১৮৭, ২০৬)। পৈশাচীত বৰ্গৰ তৃতীয় আৰু চতুর্থ বৰ্ণৰ ঠাইত যথাক্রমে প্রথম আৰু দ্বিতীয় বর্ণ হয় (বৰ, ১০৩)। যেনে, গণম্ sky, স, গগন; মেখাে cloud, মেঘ; দশবতনাে ten-mouthed, স. দশৱদনঃ ; মাথবাে, স. মাধৱঃ ; ৰাচা king, স. ৰাজা; নিচ্ছৰৰ spring, স. নিঝ; বটিসং thirty-two, স, দ্বাত্রিংশৎ; গােপিত, স. গােৱিন্দ ; সলফে grasshopper, স, শৰভঃ। ইয়াৰ পৰাই বুজিব পৰা যায় যে অসমীয়া তদ্ভৱ শব্দৰ অল্পপ্রাণ বৰ্ণৰ ভিতৰত ক, গ, ড, ত, দ আৰু ৱ আৰু মহাপ্রাণ বৰ্ণৰ ভিতৰত খ, ছ, ঢ, ধ আৰু ভ বেছিকৈ ব্যৱহৃত হয়। এই নিয়ম সদাই শব্দৰ আদি বর্ণত নাখাটে। | ১৪২। কৃতত পদমধ্যস্থিত ব্যঞ্জনবর্ণৰ পাঁচ ৰকম পৰিবর্তন ঘটে, বা ব্যঞ্জনবৰ্ণৰ মুঠ ৬ বিধ পৰিবর্তন। (১) প্রাকৃতত সাধাৰণতঃ বিবাৰশ্বাসাঘােষ বর্ণ সম্বাৰনাদঘােষ হয়। অসমীয়াত বিবাৰশ্বাসাঘােষ বর্ণ কদাচিত হে সম্বৰনাদঘােষ হয়; তাৰ ঠাইত সচৰাচৰ অৰ্ধৰ হয়। এই নিয়ম বিশেষকৈ মূধ আৰু দন্ত্য বৰ্ণত খাটে। এই পৰিবৰ্তনৰ নাম “কোমল-কৰণ” (softening)। যেনে, মেৰ ram, প্রা, মেটো, স, মেঠ ( হেমচ. ১২১৫); গাৰা, গাত hole, প্রা. গড়া, গদ্যে, স. গর্তঃ ; কয় speaks, প্রা. কহই, স. কথতি। প’ আৰু বৰ ঠাইত প্রাকৃতত কোমল ব’ হয়। অসমীয়াত এই ব’ৰ ঠাইত তাতত কোমল ‘উ বা ‘ও' হয়। যেনে, শাও curse, প্রা. সাৰ, স, শাপঃ; গােল cowherd, প্রা, গােল, স, গােপাল। | (২) প্রাকৃতত মহাপ্রাণ বর্ণ সাধাৰণতঃ সম্বৰনাদঘােষ মহাপ্রাণ বা কেতিয়াবা সাধাৰণ মহাপ্রাণ (spirant) হ’ হয় (হেমচ. ১১১৮৭, ১৮৮, ১৯৯; ৪২৬৭)। অসমীয়াত কেতিয়াবা সাধাৰণ মহাপ্রাণ হ’ আৰু কেতিয়াবা অর্ধৰ হয় আৰু কেতিয়াবা ‘হ পৰিত্যাগ কৰা হয় বা কোনাে পৰিবর্তন নহয়। যেনে, পঢ়ে he reads, প্রা, পঢ়ই, স. পঠতি ;