পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰ-বিকৃতিৰ সাধাৰণ নিয়ম movement, beauty, স, বিলাস; অ to be exhausted, স, হ, ইত্যাদি। ১৩। ৰ ঠাইত কেতিয়াবা ‘ল হয়। যেনে, লাই, হি. ৰাই, স, ৰাজিক black mustard; সেতু rope, স. ($ ১৫)। ল’ৰ ঠাইতত ৰ' হয়। যেনে, পিপীৰা, পিপৰা ant, স, পিপীল; কেটাৰ secretion (of the eye), স, কিট্টাল; কচ, কচলি ৪ ladle, স. কলাচী, কলাচিক, ইত্যাদি। ১০৪। ড’ৰ ঠাইত সাধাৰণতঃ ল' বা 'ৰ হয়। যেনে, ফাল to sple, প্রা. ফাড়, স. ফাট; বাৰী garden, প্রা. বাড়িআ, স, বাটিকা; নাড়ী, নাৰী artery, স, নাড়ী। সংস্কৃতত হয়। যেনে, নড়, নল a species of reed; নাড়িকেল, নাৰিকেল cocoa-nut, ইত্যাদি। | ১০৫। শব্দৰ আদিতে থকা ব’ ‘ব হয়। যেনে, ব to flow, স. বহ; বংশ family, স. বংশ; বৰ best, স, বৰ; বিহু equinonal festival স, বিষু, ইত্যাদি। (গ) সংযুক্ত ব্যঞ্জন বর্ণ (Conjunct consonants) ১৬। জ’ৰ উচ্চাৰণ সাধাৰণত ভ’ হয়। যেনে, মঙ্গহ, মঙহ (meat, desh); খজ, খঙ (ange); কোঙ্গা, কোভা (having crooked arm); লেঙ্গা, লেঙা (high tal); বেঙ্গা, বেঙা (diot)। কেতিয়াবা, বিশেষকৈ তৎসম শব্দত ( ২১•) নহয়; যেনে, লিঙ্গ (gender)। কেতিয়াবা ‘ল’ হয়; যেনে, জল, জল (jungle), ইত্যাদি। ' ১৭। জ্ঞ’ৰ উচ্চাৰণ গ্যৰ দৰে হয়। যেনে, আন (উ. গ্যান) nowledge; দৈৱজ্ঞ (উ. দৈৱগ্য) astrolog; আজ্ঞা (উ. আগ্যা) order; ইত্যাদি। ১৮। ক্ষৰ উচ্চাৰণ খ’ বা ‘খ্য হয়। যেনে, খেত্রিয়, ক্ষেত্রিয় (উ. খ্যত্রিয়, a caste; সখীমপুৰ, লক্ষীমপুৰ (উ. লখিমপুৰ), a district; লী (৪. লী ) goddes of prosperity; ইত্যাদি। ১৯। ৰ ঠাইত কেতিয়াবা বিয়ে ‘দ উচ্চাৰিত হয়। তেতিয়া আগৰ আখৰ অনুনাসিক হয়। যেনে, পদ্মনাভ (উ, নাত, পদ্মনাভ) Vishnu; হয়বেশ (উ, ছন্দবেশ, দমবেশ) disguise; ইত্যাদি।