পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব পর্বহুৱা, পর্বহু traveler, এ. পাৱা, পৱা, স. প্রবাসিন; কুমৰ, কুমাৰ prince প্রা. কুমৰ, কুমাৰ, কুমালে, স, কুমাৰ ( ৭৮); দুৱৰা door-keeper. প্রাকৃত-দুৱাৰিও, স. দৌৱাৰিক, ইত্যাদি। ১৯। কেতিয়াবা ‘এ’-ৰ ঠাইত ‘ই’, ‘অই’ৰ ঠাইত ‘এ’ বা ‘ঐ, ওৰ ঠাইত ‘উ’, ‘অউ’ৰ ঠাইত ‘ও’ বা ‘৪' হয় আৰু কেতিয়াবা ‘অই আৰু ‘অউ’-ৰ ঠাইত অ' হয়। যেনে, এন্দুৰ, ইন্দুৰ (rat); সেন্দুৰ, সিন্দুৰ (red lead); নেদিলে, নিদিলে (did not give); লেখিম, লিখিম (I shall write); ওপৰ, উপৰ (up); ওলটি, উলটি (coming back); ধইমালি, ধৈমালি, ধেমালি (sport); বইহাগ, বৈহাগ, ব'হাগ (name of a month), প্রা. বইসাহােস, বৈশাখ; চইত, চৈত, চ’ত (name of a month ), প্রা. চইত্তো, স. চৈত্র ; নই, নৈ (river), প্রা. , সনদী; সৈন্ধব, সন্ধৰ (a kind of rock- salt, প্রা. সিংধ, স. সৈন্ধৱঃ ; মইহ, মৈহ, মহ, (buffalo), স. মহিষঃ ; নউ, নৌ (not yet ), প্রা. ণউ, স, নতু; মউ, মৌ (honey), প্রা. মহুও, স, মধুক; ৰ’দ, বৌদ (sun-shine ), প্রা. উদ্দো, স. বৌদ্র; মৈৰা, মই, ম’ৰা (peacock), প্রা, মােৰা, মউৰৰ, স. ময়ুৰ, ইত্যাদি। ১০০। কেতিয়াবা অনুনাসিক লােপ হয়। যেনে, ম,ি মই (I); তঞি, তই (thou); পঢ়িলো, পঢ়িলে (I have read ); ঠাই, ঠাই (place), ইত্যাদি। | (খ) এযুক্ত বন বর্ণ (Single consonants) ১০১। শব্দৰ আদিতে থকা সৰ ঠাইত বিয়ে না হয়। যেনে, নেজাল, লেজাল having a tail; নে, লেজ a tail স, ল; মুণ, লােণ। sal, আ. লােণং, স, লৱণং; নে, লেফুৰ tail, প্রা. পংগুলং, লংগুল, স, লাঙ্গুলং; নাঙ্গল, লাল plough আ. গগলং, লংগং, স, লাঙ্গলং। কদাচিত নৰ ঠাইত হয়। যেনে, এsaeed thread, স, নন। ১০২। অন্ত্য আৰু মধ্য সৰ ঠাইত কেতিয়াবা ই হয়। যেনে, লাহ decoration, প্রা. লাল, স, লাস decoration, লাম্ (ht. dancing); পােহ light, পু, জ, পাৰ (cf. মহাখিগুয়ে পসবাই। শৰ), প্রা. পসৰ,, স, এসৰ; বিলাহ port, grace paceful