পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব | ১১•। হ’ (mh)ৰ উচ্চাৰণ কেতিয়াবা ‘ঘ’ বা ল' হয়। যেনে, সিংহাসন (উ. সিংঘাসন, সিজাসন) throne; সংহ (উ, সংঘ, সজ) collectjon, assembly; ইত্যাদি। | (২) শ খনত (In Derivation) (ক) শেষ ৰ পৰিবর্তন (Change of Finn vound) | ১১১। সংস্কৃত আৰু প্ৰাকৃতৰপৰা শৰ নমাওঁতে পদান্ত অনুস্বাৰ আৰু বিসর্গ লােপ কৰা হয় আৰু কেতিয়াবা তৎপূর্ববর্তী অ' লােপ হয়। যেনে, শুনি hearing, প্রা. সুণি, স. ঞ; পাৰ্গত proficient, স, পাৰংগত; মেৰ bend, প্রা. মেৰা, স. মীৰঃ (lit, limit); বেজ physician, প্রা. বেজো , স, বৈদ্যঃ ; ধে, যেনে—ধে-দি to give birth to young, বৈদিক ধেনাঃ a milch cow; গাৰু, গাড় pillow, . গেমঙুম, গম [ $৯১। (ক)]; কী a blow with the elbow, প্রা. খীলও, স. কীল; পথা পিথান foot of a bed, প্রা. পঅণ, স, পদস্থানম্ ভাপ, [ $ ৯১। (খ) ]; বেল a kind of fruit, , বেল্লম, স, বি; মােল value, প্রা. মােল্লম, স. মূল্যম, ইত্যাদি। ১১০। প্রাকৃত পুল্লি বা স্ত্রীলিঙ্গ শব্দৰ অন্তত থকা অ বা আ অসমীয়াত প্ৰায়ে অস্পষ্ট অ' হয়। যহতহ, somewhat, পৃ. জহহ ($৯৭); চান sign, প্রা. সয়া [১৯১। (ক)].; বীণ lute, , আৰু স. বীণা ; নি, নিন, নিল sleep, প্রা. ণিচ্ছা, স, নিদ্রা (cf. তেজৰে কমলাপতি হৰি পৰভাতে নিল। মা, দে.); সাত, সায evening, বৈ. সায (ঋক্ ৫৭৭২), স, সায বা প্রা, সংবা, স. সন্ধ্যা; জোন moon, প্রা. জোণহা [ $৯১। (ক) ]; বেচ hire price, স, বেচা, ইত্যাদি। ১১৩। প্রাকৃত পুল্লি বা স্ত্রীলিঙ্গ শব্দৰ অন্তত থকা ‘ই’ বা ‘ঈ’ৰ ঠাইত অসমীয়াত ই, ঈ বা অস্পষ্ট অ হয়। যেনে, সৱান, সজান sage, প্রা. সৱৰােজাণী, স. সর্বজ্ঞানী; পিঠি back, , পিটুঠি | $৯১। (ক).] পুথি booklet, প্রা. পাের্থী [ ৪৯১। (ক)]; গাঁঠি not এ. গণঠী, স. গ্রস্থি; মাঠি Indian madder, স, মজিষ্ঠ, মজিয়; বৈনী, বইনী sister, অপ, বহিনি, বহিনী, প্রা. ভইনী, স, ভগিনী ইত্যাদি। সংস্কৃত