পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সন্ধিকৰণ কেঁচু earth-worm মা. প্রা. কিচুলও, স, কিথুলক। সেঁত current, প্রায় সােডম, স, স্রোত (হেম, ২০১৮)। চেঁচা coldness প্রা. সেচ্চং, স, শৈত্যং। সঁচা true, প্রা. সজ্ঞ, স. সত্যম্ (বৰ, ৩২৭); cf. বৈ. সঁচা (reason : ঋক্ ১৫১১২)। গিৰিহঁত । (master, স, গৃহস্থ। গিৰস্ত householder) চতুর্থ অধ্যা স্বৰ-বিকৃতিৰ সাধাৰণ নিয়ম। (Rules of Phonetie change) (১) উচ্চাৰণ আৰু বিভক্তি যােত (In Pronunciation and Inflection) (ক) বৰবৰ্ণ (Vowele) ৯৭। সাধাৰণত শব্দৰ অন্তত থকা ‘অ'ৰ লােপ হয়। তেতিয়া তাৰ উচ্চাৰণ নহয়। উচ্চাৰণ হসন্ত বা বিৰামেৰে (,) দেখুৱা হয়। যেনে, উম্ warmth ( $ ৯১); আচৰিত, wonderful ($ ৯২); পহ (উ, পহ) track, , পহাে, স. পন্থা; যহতহ (উ, যহতহ) whatever may be, প্রা. জহতই বা জহা হা, স. যথা তথা; যেদ (উ. ধো) sluggard, এ. তাে, স, তুং (corpulent); মুনিহ (উ. মুনিহ,) man, প্রাকৃত মুণিযে, 'স, মনুঃ ; হম (উ. হম্I shall be. প্রা. হােসসামি, হােহামাে, স, ভবিষ্যামি, ইত্যাদি। ২য় পুৰুৰ দুচ্চাৰ্থ আৰু তৃতীয় পুরুষত নহয়। যেনে, তই কৰ you do; সি হ’ব he will be, ইত্যাদি। বৰব পাদিত থকা বিভক্তি যােগ হলেও “অ” লােপ হয়। যেনে, উমৰ, উমক, উমত, ইত্যাদি। | ১৮। কেতিয়াবা উপং আকাৰ অকাৰ হয়। যেনে, কলা black এ. কলও, কালও, স, কালক; সৰি ike, , সাৰিচ্ছে, সৰিচ্ছে, স, সদৃশ,