পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব | ড. ডামা kettle-drum, বৈ, আডম্বৰ (বা. স. ৩১৯), স. আড়ম্বৰ (kettle drum)। মাখি ly, মখিআ, মচ্ছিআ, স, মক্ষিকা (হেমচ, ২০১৭)। cf. মাখিযান ( channel of dies; কামৰূপ শাসনাৱলী, p. 129 )। ৯৩। কেতিয়াবা পূর্ববর্তী ওকাৰৰ ঠাইত উকাৰ হয়। যেনে, :- . প্রা. পােথিআ. স. পুস্তিকা, পুস্তী (হেমচ, ১১১৬)। পুথি booklet } প্রা. পােত্থী । লুভীয়া covetous, আ. লােদ্ধও, স, লুব্ধক (বৰ, ৩৩)। যুৱান young, প্রা. জোৱৱণ, স, যৌবনং [ $ ৯৯। (ক) ]। ৯৪। কেতিয়াবা পূর্ববর্তী ইকাৰ আৰু উকাৰ দীর্ঘ হয়। যেনে- দীঘ length, wap, প্রা. দিগঘাে, স, দীর্ঘ [$ ৯১। (ক) ]। জীণ digested, প্রা. জিমে, স, জীর্ণ [ $ ৯১(ক)]। তীখা steel, প্রা. তিস্থম্‌, তিখ, স, তীক্ষ্ণং (হেমচ. ২৭৫, ৮২) মূধা, মূধচ, ridge, মুংটা, মুদ্ধা, স. মূর্ধন্ (হেমচ. ১০২৬)। সূতা thread মুত্তং, স. সূত্রম্ (হেমচ, ৪২৮৭)। টোকা—সংস্কৃত শব্দৰ ঈকাৰ বা উকাৰৰ ঠাইত হে দীর্ঘ হয়। শব্দবিলাক সংস্কৃতৰ পৰা নামা যেন অনুমান হয়। ৯৫। কেতিয়াবা পূর্ববর্তী স্বৰ আকাৰ, একাৰ বা ওকাৰ হয়। যেনে- কঁকৰা । কেকোৰা crab, মা. প্রা. কড়, কড়াে , স, কর্কটকঃ (হেমচ, ১২৬)। সেজু rope, মা, প্রা. লংজুড়িআ, )

  • স. ৰজ্জ (H, $ 148)

| প্রা. লংজু বাঙনা, " } egg-fruit, মা, প্রা. বংগণে, স, বঙ্গন বা বঙ্গ। বেনা বেল a kind of fruit, এ, বেলং, বিল্লং স, ৱিং । জােৰা frebrand বৈ. অতি ( ১১২৯৮)। মােচ beard, এ. মং, স, অঞ (বৰক, ৩৬)। ৯৬। কেতিয়াবা পূর্ববর্তী কা অনুনাসিক হয়। যেনে- ওঠ lip, মা, এ, ওটুঠে, স, ৩।