পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

০ 1 1 1A চিন আপ সছি এক অশীয়া লুতীয়া covetous লোও লুঃ হেমচ. ১১১১৬)। sign চিং, চি চি (বৰ, ৩৩)। vapour বাহ, ফে। পঃ (ৰৰ ৩৮)। mango অ আমং (হে ২৬)। | , শাল, opper ভদ তা হে, ২৫৬)। potter আ, কুৰােৰ হেমচ, ১৮)। বামুণ Brahman হলাে ব্রাহ্মণঃ (ব. ৩৭)। loprous | সিল। দোণ a trough, a measure of capacity), - ত্রাণং। wamth উমা (বৰ ৩৩২)। কা । Krisna | কহ, কফ (বৰ ১২৭)। ধলা 11 1 উহা, ৯২। যুক্তাক্ষৰৰ এটা সােপ হলে সাধাৰণতঃ তাৰ আগৰ অকাৰ আকাৰ হয়। যেনে- আচৰিত wonderful প্রা. অচ্ছেম, অচ্ছৰিজ, (হেমচ. ২০২১, ৬৬, ৬৭), স, আশ্চৰ্যং। আখি eye, প্রা. অকৃথি, অচ্ছি, স, অক্ষি (হেমচ ২৯০)। থাম post, খন্তো, থম্ভো, স. স্তন্তঃ (বৰ, ৩১৪)। কাজ work, কম, স. কাৰ্যং (বৰ ৩১৭)। ৰাখে keeps, ৰখই, স. ক্ষতি (বৰক. ৩২৯)। ৰাতি night, ৰত্তি, স. ৰাত্রিঃ (হেমচ, ২৭৯)। মাটি earth, মটিআ, স, মৃত্তিকা (হেমচ, ২২৯)। বাটলু, বাটুলি spherical এ, টুল, স. বল (হেমচ. ২৩০)। গাৰ, গৰা, গাত hole, প্রা. গড়াে, গড, গটো, স. গর্ত (ৰৰক. ৩২৫)। আধা half, প্রা. অ , আ , স, অস্ (হো. ২২৪১)। বাহা offspring, ৱচ্ছে, স. এস (বৰ ৩৪)। বাই, বাজ outside, ও, স. বাহক (বৰ ৩২৮)। ১, ২, ৩। সংস্কৃতৰ পৰাহে নামিছে কৃতৰ পৰা নহয়। ৩। ইয়াৰ মূল নহয়; ধৱল-white.