পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

| ৪৯ সন্ধি প্ৰকৰণ থাে+অৰ= থােৰ, (জীৱন নাৰহে থােৰ”–শ), আ. খােঅড়য়ং, স. তোকম্ ; কো+অৰ=কোঁৱৰ, এ. কুৱঁৰ, মা, প্রা. কুমালে, সং. কুমাৰঃ (৯৮)। মূল বৈদিকতা ‘ও’ৰ পিচৰ অৰ'লােপ হয়; কেতিয়াবা নহয়ও। যেনে—দেবাশাে অণু বা দেৱা সােপ্তঃ (খ)। ৭৯। স্বর্ণ পাচত থাকিলে অকলে থকা ন’ ‘অ’ শােপ হয় ; যেনে—ন+আঁটা=নটা, ন+এৰিম = নেৰিম, ন+ আৱৰা=না, ন+ভাৰ =নুভাৰ, ন+ওকাল= নােকাল, ইত্যাদি। (চ) অসমীয়া ব্যঞ্জন সন্ধি (Conjunction of Consonant) ৮। কোনাে অল্পপ্রাণ বৰ্ণৰ পাচত ‘হ থাকিলে উভয়ে মিলি সেই বৰ্গৰ মহাপ্রাণ বর্ণ হয়। যেনে--গদ্দ+ই= গা ($ ১১)+ই=গাধ, মা, প্রা. গদ্দহ, স. গর্দভক; চ+ উদ্দ+ই= চৌদ্ধ, মা, প্রা. চন্দহ, স, চতুর্দশঃ; সিঙ+হ= সি, মা, প্রা. সিন্থে, প্রা, সীহহ, স. সিংহ; জিব, +হা= জিভা, প্রা. জিত্তা, স, জিহ্বা, ইত্যাদি। ৮১। ন’-ৰ পাচত স্বৰবৰ্ণযুক্ত ব্যঞ্জনবর্ণ থাকিলে ন’-ৰ অ-ৰ পৰিবর্তে সাধাৰণতঃ সেই ব্যঞ্জন বর্ণত যুক্ত থকা স্বৰ এটি ন’-ত যােগ কৰা হয়। যেনেন+হয়=নহয়; ন+ লাগে=নালাগে; ন+দিয়ে=নিদিয়ে; ন+পুরে = পুৰে; ন+শােৱে= নােশােৱে ; ন+ ঠেলে= নেঠেলে ; ইত্যাদি। (ছ) সংযুক্ত ব্যঞ্জন বর্ণৰ বিকৃতি (Change of conjunct Consonants) ৮২। অসমীয়া ভাষাত ব্যঞ্জন সন্ধিতকৈ তাৰ উল্টা নিয়ম অর্থাৎ যােগত কৰি বিয়ােগ বেছি। এই বিয়ােগ তিনি কমে সাধিত হয়— (১) বিকর্ষ (Dissolution), (২) বিলােপ (Eision) আৰু (৩) সৰল কৰণ (Simplication)। সংস্কৃতত বিয়ােগ নহৈছিল। কিন্তু প্রকৃত সংস্কৃত শৰ এয়ােগ কৰোঁতে এই তিনি নিয়মে শব্দৰ গঢ় লােৱা হৈছিল। বৈদিক সংস্কৃতক আদি প্রাকৃত বুলি ধৰা উচিত আৰু বৈদিকতাে এৰে নিয়ম কেতিয়াবা দেখা যায়। ১। Macdonell's vedic Grammar, 1 ai.