পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষা দি+এ= দে, প্রা. দিঅড়, মা, এ. দিৱড়ে, স, অৰ্জৰিতীয়; পঢ়ি+ই= পঢ়ে (পঢ়ই), এ. পঢ়িলই, স. পঠতে; চাৰি+একচাকে, প্রা. চৰি। এলো, স. চৰ+এক। কেতিয়াবা পদাৰ ‘ই’ৰ ঠাইত ই হয়; যেনে- পানি+অ=পানী; দুই+অ= দুই (দুই), প্রা. দুইঅম, স. দ্বিতীয়। ৭৩। ই’ৰ পাচত ‘উ থাকিলে সাধাৰণত কোনাে পৰিবর্তন নহয়; কেতিয়াবা উভয়ে মিলি ‘এ’ হয়। যেনে—ঘি+উ=ঘিউ, প্রা. ঘি, স, মৃত ; পিট+সি+আ=পপসি+আ= পেহী (৭৫)। | ৭৪। উৰ পাচত অ থাকিলে উভয়ে মিলি কেতিয়াবা ও হয়; যেনে- সু+আঁধা= সেখা, প্রা. সুঅংধে, সুঅংখাে, স. সুগ; উ+অ=ও, ওঝা, প্রা. উমরাও, উঅদ্মা, স. উপাধ্যায়। | ৭৫। ই’ বা ‘উ’ৰ পাচত আ থাকিলে উভয়ে মিলি যথাক্রমে ইয়া বা উৱা হয় আৰু কেতিয়াবা কেবল ই, ঈ বা উ, ঊ হয়। যেনে—শি+আল= শিয়াল, প্রা. শিআলে, শিআলা, শিআলকা, স, শৃগাল; বি+আহ = বিয়া ($ ৬৫), মা. প্রা. বিআহে, স, বিবাহ; পি+আহ=পিয়াহ ($ ৬৫) প্রা. পিআসা, স. পিপাসা; বাৰি+ আ =বাৰী, প্রা. বাড়িআ, স, বাটিকা; বিজুলি +আ= বিজুলী, মা. প্রা. বিলুলিআ, স, বিদ্যুৎ ; লাঠি+ আ =লাঠী, প্রা, সঠিআ, স, যষ্টিক ($ ৬৫)। ৭৬। উ বা ‘উ’ৰ পাচত ই বা ঈ- কোনাে পৰিবর্তন নহয়; যেনে— দুই, প্রা, দুই, মা. প্রা. দুঅউ, স. যৌ; পূই, পূৰৈ, প্ৰা পূইআ, স, পূতিকা ; ভূঁই, প্রা. মি (ভুই), স. ভূমি। | ৭৭। ‘এ’ৰ পাচত অ, আ, ই বা উ থাকিলে ‘এ’ৰ পৰিবর্তন প্রায়ে নহয়; পিচৰ অৰ লােপ হয়। কেতিয়াবা ‘এ’ৰ ঠাইত এৱ হয়; যেনে- বিকে+ই=বিকে, প্রা. বিকেই, স, বিক্রীতি; দে+অ= দেৱৰ, দেও, প্রা. দেখৰ, স, দেৱগৃহম্।। মূল বৈদিকতত ‘এ’ৰ পিচৰ অৰ লােপ হয়; কেতিয়াবা নহয়ও। যেনে-সূনৱে অগ্নে বা সুনৱেয়ে (ঋক)। ৭৮। ও’ৰ পাচত অ বা আ থাকিলে প্রায়ে ওৰ পৰিবর্তন নহয় আৰু পিচৰ স্বৰ লােপ হয়। কেতিয়াবা ‘ও’ৰ ঠাইত ও হয়। যেনে- ১। Manonal's vedic Groom & a.