পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব | ৮৩। (১) বিকর্ষ (Dissolution): যুক্তাক্ষৰক ফালি পৃথক পৃথক কৰা নিয়মৰ নাম ‘বিকর্ষ’। প্রাকৃত বৈয়াকৰণিক কাত্যায়নে ইয়াক ‘বিক’ আৰু বৰুচি আৰু হেমচন্দ্ৰই বিপ্রকর্ষ’ বুলিছে। (অ) বৈদিক ভাষাত বিকর্য হৈছিল। যেনে-পূৰৱ ancient ( খ. ১৫৯৪৯), শৌৰ. প্রা. পুৰৱ (হেমচ, ৪২৭), স. পূৱ, অস. পূব; নৃতু (খ. ১১৪৯২ ) dancer, স. নৰ্ত্তক, অস, নটুৱা; শকত able, strong ( . ১১১•৯৬), স, শক্ত, অস, শকত ; ৱকল bark of a tree ( তৈ, ব্রা, ৩৭৪২), স. বল্কলং, অস, বাকল, বাকলি ; চেতনং consciousness (ঋ. ১৩৩১৩০), স, চৈতন্যং, অস, চেতন ; বিদা knowledge (ঋ. ১৩৩১৭৪ ), স. বিদ্যা, অস, বিদা, ইত্যাদি। | (আ) প্রাকৃতত বহুলৰূপে বিকর্ষ হৈছিল। যেনে—ৰদণং (বৰ, ৩৬০ ) gem, স. ৰত্ব, অস. ৰতন ; সাৰংগ bow of Vishnu, স. শাঙ্গ (বৰু, ৩৬০ ), অস, শাৰঙ্গ ; সিৱিনোসিমিনাে dream (হেমচ, ১৯৪৬), স. স্বপ্ন, অস, সপন ; সলাহা praise ( বৰ, ৩৬২), স. শ্লাঘা, অস, শলাগ ; হৰিসস joy ( হেমচ. ২১০৫ ), স, হর্ষঃ, অস, হৰিষ ; আয়সিস original, sample ( হেমচ. ২১১০৫), স. আদর্শঃ, অ, আশি ; বৰিস rainy season ( হেমচ, ২১০৫), স, বর্ষা, অ, বাৰিষা; দৰিসনং seeing ( হেমচ. ২১০৫ ), স, দর্শনং, অ. দৰিশন ; গৰিহা censure ( হেমচ, ২০১৪), স. গহ, অ. গৰিহা ; অৰিহা worship (হেমচ, ২১০৪ ), স. অহা, অ, অৰিহা ; পদুমং lotus (পালি ), পউমং, পদুমং (হেমচ, ১১৬১), স. পদ্মং, অ, পদুম ; জীআ mother ( হেমচ, ২১১৫), স, জ্যা, অ, জীয়া, ইত্যাদি। | (ই) অসমীয়াতে। সেইদৰে বিকর্ষ হয়। যেনে—খৰগ horn of a rhinoceros, প্রা. গগগগা, স, খড়গঃ ; জনম birth, প্রা. জম্মং, স, জন্ম; মােকাল, মুকাল, মকুলি free, unrestrained, অপ, মােলড় (হে. ৪।৩৬৬; প্রা. মুকল?), স, মুক্তকং, ইত্যাদি। (২) বিলােপ (Elision) বুলিলে কোনাে যুক্তাক্ষৰক তেনেই লােপ কৰা বুজিব লাগে। সাধাৰণত বিলােপ মানে কোনাে আখৰ লােপ । “বিক”। কাত্যায়ন প্রকৃত ময়ৰী, ৩৫৮। “বিক ইতি যুক্ত পৃথকাৰ স উচ্যতে”। “বিপ্রকঃ”। ইতি, বৰচি, এত একাশ, ৩৫৯। see হেমচ. ২৭৫।