পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৭ সছি এক পতি; ব+ইহাগ =বৈহাগ, বহাগ, প্রা, বইহাগো, স, বৈশাখ ; ম+ই = মৈহ, মহ, হিন্দী, মৈহস, এ. মইসাে, মা, প্রা. মহিশে, স. মহি; পশ্চ+ই =পাছ+ই= পাছে, প্রা. পশ্চই, স, পণ্ডে; গে+ইৰি=গেদেৰি, মা, প্রা, গংডইল্লি, গংডইল্লিআ, স, গণ্ডক; আগ+ই=আগে, প্রা. অগগই, স. অগ্রে ; বহ+ই=বহে, প্রা. বহই, স, বহতি ; ভৰ +ই=ভৰে, প্ৰা, ভই, স. প্রিয়তে; ত+ই=তে, প্রা, তই, স, তহি; ইত্যাদি। | মূল বৈদিকতত অ বা আ-ৰ পাচত ই থাকিলে উভয়ে মিলি ঐকাৰ হয়। যেনে-প্র+ ইষয়ু =ষৈয়ুঃ (ঋক)। আ + ইছস=ঐছস (ঋক, of wish)। ৭০। অ’ৰ পাচত উ বা উ থাকিলে উভয়ে মিলি সাধাৰণত বিয়ে ‘৪’ হয়। কেতিয়াবা ‘ও’ বা ‘অ’ হয়। যেনে-হো, হউ, হ=হ+উ, প্রাকৃত হােউ, স. ভবতু ; ম+ উ =মৌ, মউ=প্রা. মহুও, স. মধুক; থ+উ =উ, থৌ থ, প্রা, ঠউ, স, স্থাপয়, ম+উল=মৌল, মল, প্রা. মউল, স, মুকুল; চ+উ =চৌধা, চউথা, চ’থা, প্রা, চউখ, চউথা, স, চতুর্থ ; চ+ উদ্দ+ই= চ+উদ্ধ= চৌদ্ধ, চউদ্ধ, চৌধ, প্রা. উদ্দহ, স. চতুর্দশঃ ; চ+উমুখা = চৌমুখ, চউমুখা, প্রা, চউমূহও, স, চতুমুখক; ব+উ=বৌ, বউ, প্ৰা, বহু, স, বধূ ; ল+উণ = লােণ, মুণ, প্রা, লউণং, স. লৱণং; গুণমন্ত+উ=গুণমতো, গুণমন্ত, প্রা. গুণমন্তউ, স, গুণৱান, ইত্যাদি। | মূল বৈদিকতত অ বা আ-ৰ পাচত উ বা উ থাকিলে গুণ নহৈ বৃদ্ধি হয়; যেনে—আ+উনৎ =ঔনৎ (ঋক, of wet)। | ৭১। আ’ৰ পাচত ই, ঈ, উ, উ-ৰ সাধাৰণত পৰিবৰ্তন নহয়। যেনে- মাই, প্রা. মাই, মাই, স. মাতৃকা; ভাই, আ. ভাই, স, ভ্রাতৃ ; চ+ই=চই, চৰে; কিন্তু চৰা+ই= চৰাই, প্রা. চড়ইআ, স, চটকিকা, (১ ৭৫ দেখা)। ম+আ+উত=মা+উত ($ ৬৬)= মাউত, পা, মহাৱ, স. মহামাত্র; বই+নাই= বৈনাই, বইনাই, মা. প্রা. বহিনিই, প্রা. ভৌনাই, স, ভগিণীপতি, ইত্যাদি। ৭২। ই’ৰ পাচত ‘এ’ বা ‘অ' থাকিলে উভয়ে মিলি ‘এ’ হয়; যেনে— ১। Macdonell's vedic Grammar, 28, ২। Macdonell's vedic Grammar, 8 28.