পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব বাদুলিৰে, বাদুলিয়েৰে, বাদুলিএৰে; খালৈ+এদি =খালৈদি, খালৈয়েদি ; গাৰৰ+অৰ গাৰােৰ, গাৰৰ+এৰে গাৰােৰ; শিৱ + অক=শিৱক, শিৱ +এদি=শিৱেদি; লতা + অত =লতাত; ইত্যাদি। | ৬৬। অ বা আ’ৰ পাচত অ বা আ থাকিলে উভয়ে মিলি কেতিয়াবা আ হয়। যেনে-কঠ+ অল =কঠাল, প্রা. কংটঅহলে, স. কণ্টকফলং; হিঅ + অ = হিয়া (হিআ =হিয়া $ ৬৫), প্রা. হিঅঅং, স, হৃদয়ং; পূজা+ আৰি =পূজাৰি, প্ৰা, পূজআলিএ, স. পূজাকাৰিকঃ; চাক+অ=চাকা বা চক + অ =চকা, প্রা. চঅং, স, চক; চম+আল অর্থাৎ চাম+আৰ = চামাৰ বা চম+ আ =চমাৰ, মা, প্রা. চম্মআলে, স. চর্মকাৰ; চ+আৰি= চাৰি, প্ৰা, চআৰি, স, চাৰি; কন্ম+আল অর্থাৎ কাম+আ=কামাৰ ৰা কম + আ =কমাৰ, মা, প্রা. কম্মআলে—স, কর্মকা; ইত্যাদি। সম্ব সাধাৰণতঃ অসমীয়াত এই সন্ধি নহয়; যেনে—ৰঙা + আঁচু (red coloured yarn); দ+অটা (deep underground pipe), ইত্যাদি। বৈদিকতত বহুত ঠাইত এই সন্ধি নহয়, যেনে -মনীষা অগ্নিঃ (ক), মনীষা এভিঃ ( ঋক)। প্রাকৃতত বিয়ে হয় বুলি আগেয়ে কোৱা হৈছে। | ৬৭। ই’ বা ‘ঈ’ৰ পাচত ই বা ‘ই’ থাকিলে উভয়ে মিলি কেতিয়াবা ‘ই’ বা ‘ঈ’ হয়। যেনে-পি+ ইব=পিব; জী+ ইব=জীব; ইত্যাদি। অসমীয়াত এই সন্ধি অতি বিৰল। সম্বন্ধ।—বৈদিকতাে অনেক ঠাইত এই সন্ধি নহয়। যেনে-অমী ইতি (খ); হৰীইব (ঋক)। | ৬৮। উ বা উ-ৰ পাচত উ বা উ থাকিলে উভয়ে মিলি কেতিয়াবা উ বা উ হয়। যেনে-দুণা =দু+উণা, মা, . দুইণ, স, দ্বিগুণক। এই সন্ধিও অতি বিৰল। সম্বন্ধ।-বৈদিকতত এই সন্ধি বহুত ঠাইত নহয়। যেনে—ী উত (ঋ.), সুউ (ঋক, সুউতয়ঃ (ঋক)। | ৬৯। অ’ৰ পাচত ই বা ঈ থাকিলে উভয়ে মিলি সাধাৰণত বিকল্পে ‘ঐ হয়। কেতিয়াবা ‘অ’ বা ‘এ’ হয়; যেনেক+ই=কৈ, কই বা কে, প্রা, কই, কবি, স. কৃ ; +ই=লৈ, লই, প্রা, লই, স, ল; গ+ইল =গৈল, বা গ'ল, প্রা, গইল, গমিদ, স, গতঃ (গনিত); ন+ ঈ =নৈ, নই, প্রা. এই, স, নদী; প+ই= পই, পৈ, প্রা. পই, 'স, -- - | ১, ২। Macdonell's vedic Grammar, 3 ৪ ),