পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৫ সন্ধি প্ৰকৰণ | (৩) এমীয়া বুদ্ধি ৬৪। অসমীয়া সবি বিকৃত নিয়ম দিয়া অসম্ভব। তলত কেইটিমান নিয়ম দিয়া হ'ল। তাৰপৰা অসমীয়া শব্দ সংস্কৃত আৰু প্ৰাকৃতৰপৰা কেনেকৈ নামি আহিছে তাৰ অলপ আভাস পােৱা যাব। বহুত ঠাইত সন্ধি নহয়। বৈদিক সংস্কৃত আৰু প্ৰকৃততে তেনে। সংস্কৃত সন্ধি বুলিলে যি বুজায় অসমীয়াতত সন্ধি অর্থ ঠিক তেনে বুলি ধৰিলে ভুল হ’ব। কিন্তু কোনাে কোনাে ঠাইত অসমীয়া সন্ধি যে হয় তাত সন্দেহ নাই। | ৬৫। অ, আ, বা এ পাছত থাকিলে ই, ঈ, এ, ঐ, ঋ-ৰ পাছত বিকল্পে য় আৰু উ, ঊ, ও, ঔ-ৰ পাছত বিকল্পে ৰ আগম হয়। যেনে— হাবি+অনি=হাবিয়নি; দি+ আ= দিআ, দিয়া; পিতৃ+এ=পিএ, পিতৃয়ে ; মালৈ+এৰে=মালৈয়েৰে, মালৈএৰে, মালৈৰে ; উলু+অনি= উলুৱনি; শে+ অতী=শোঁৱতী; কৰাে + আ=কৰােৱ; কপৌ+এ= কপৌএ, কপৌৱে ; কু+আ=কুৱা (প্রা. কুআ, স, কুপ); গাওঁ + অলীয়া = গাঁৱলীয়া, গাঁৱলীআ; জী+ আ=জীআ, জীয়া; দি+এক= দিয়েক, ইত্যাদি। কেতিয়াবা ‘আ’ৰ পাছত ৰা হয়, যেনে-খা+অন=খাৱ; খা+অৰীয়া =খাৱৰীয়া। অ’ৰ পাচত ব’ হয়। যেনে, ল+অৰীয়া=লৱৰীয়া। মূল বৈদিকতাে কেতিয়াবা স্বৰৰ আগত থাকিলে ই, ঈ, ৰ ঠাইত ইয় আৰু উ, ঊ, ৰ ঠাইত উৱ হয়। যেনে—ধী+এ= বিয়ে (ঋক); ভূ+ ই = ভুরি (ঋক); যু+যু+এ=যুযুৱে (ঋক); ইত্যাদি। | (ক) কেতিয়াবা শব্দৰ অন্তত অকলে থকা ‘ই’ বা ‘এ’ৰ পাছত এ বা ও থাকিলে বিকল্পে ‘ই’ৰ ঠাইত ‘য় আৰু ‘ও’ৰ ঠাইত ‘ৰ হয়। যেনে—মই+৪=ময়াে, মইও; তই+এ=তয়ে, তই; দুই+ও= দুয়াে, দুইও; তেওঁ+এই= ভেঁৱেই, তেওঁএই; গাই+এৰে= গায়েৰে, গাইএৰে; নাও+এ=নাৱে, নাও; নাও+এৰে=নাৱেৰে, নাওএৰে; নাও+ও=নাকাে, নাও। | খে) কেজ্ঞািবা আকৌ ব্যঞ্জন বর্ণৰ আগত থকা অ’ বা ‘এ’ পিচত থাকিলে বৰবৰ পিচত উক্ত অ আৰু ‘এ’ৰ লােপ হয়। যেনে- হৈ+অ=ছইক, +ৈ এ=েইৰে, ছৈএৰে; গাই+অ=গাই, গাই+ এদি=গাইদি, গায়েদি; লাউ +অত=লাউত, লাউ+এৰে=লাউৰে, লাউৱেৰে, লাউএৰে; ডুবে+অ=ডুবে, ডুবে+এদি =ডুবেদি; বাহলি-এৰে =