পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩১ উচ্চাৰণ অসমীয়াত স, আৰু শ’ৰ এনে উচ্চাৰণ অতি বিৰল। সৰ এই উচ্চাৰণ প্রাকৃত আৰু বঙ্গাত নাই। অসমীয়া সৰ উচ্চাৰণ এক ভাবাত আছে। | অসমীয়া ভাষাত শ’ৰ উচ্চাৰণ বেচি ভাগেই অসমীয়া সৰ নিচিনা, কদাচিত হে দুৰ দৰে হয়। যেনে—শিৱ, শেতা, বিশ, ইত্যাদি। বৈদিক আৰু সংস্কৃত যুগতাে ঠিক তেনে আছিল। যেনে—শিকিয়া (শিক্যা, amying sling, অথ. বে. ৯৩৬), শেলুক (শালুক, root of water lily, অথ. বে. ৫৩৪৫), শিমলা বা শিমলু (শিম্বল, silk-cotton tree, ঋ. বে. ৩৫৩২২) ইত্যাদি। সংহিতা বিলাকত শ, য আ স কেতিয়াবা অদল-বদল হােৱা দেখা যায়। কিন্তু সচৰাচৰ শটো স’ৰ লগতহে বেচি অদল-বদল হয়। যেনে-সস (for শস্h erb, grass, ঋখেদ ১৫১১৩), সস্য (for শস্য, অথ, বে. ৭২১) ইত্যাদি। অকল সেয়ে নহয়। সন্ধিৰ নিয়মে ‘চ’ৰ আগত থকা সটো শ’ হয়; যেনে—ই । আৰু কেতিয়াবা শব্দৰ মাজৰ স’টো শ’ হয় ; যেনে— শশুৰ, কেসৰ (কেশ ), ইত্যাদি। শ’ৰ এনে উচ্চাৰণ প্ৰাকৃতৰ স্বৰ বিকৃতিৰ নিয়মৰপৰাও জনা যায়। বহুত সংস্কৃত শব্দৰ শ’ প্রাকৃতৰ সময়তে ‘হৰ দৰে উচ্চাৰিত হৈছিল; যেনে- Kত দশ ( twelfth) ৰাৰ শ (ten) বুধ্য (know thou) বুক। বু। ইত্যাদি বহুত সংস্কৃত বা বৈদিক শব্দৰ শ’ও অসমীয়াত হ’ৰ দৰে উচ্চাৰিত হয়। যেনে- বাৰ |ংশ (স)। শণ (স) শিক, শিমা, মা (ত)। শহা Gaddy তাহ Hare Porpoise Pointed stic Fath-in-law (ক ১১৯১৩) | কুঁহিয়াৰ, ইত্যাদি a us, sarade গ (স) ফুলাৰ (বৈ)। ১। See Rev. Mr. Brown's Grammar, p. 12. ২। Macdonal vedic Grammar, P. 19 ( 39).