পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব | সংযুক্ত হলে শ’ৰ উচ্চাৰণ সদায় ‘চ’ বা ‘ছ’ৰ দৰে হয়। যেনে - শ্রেষ্ঠ, নিশ্চয়, ইত্যাদি। বহুত প্রাকৃত শব্দৰ প্ৰকৃত উচ্চাৰণ ৰক্ষাৰ নিমিত্তেও অসমীয়াত 'স' আৰু শৰ পৰিবৰ্তে ‘চ’ বা ‘ছ’ লিখা হয়; যেনে – মায়া মৎস্য ( fish) বা মচ্ছঃ ম মাছ শিৰস (head)। সি ছি। (cf মাছ ছি।) পৃষ্ট (questioned) পুচ্ছল পশ্চাৎ (behind ) পদ্য পাছ। ইত্যাদি (বৈ-পশ্চা) ইয়াতে এই কথা মনত ৰাখিব লাগে যে এনে শব্দৰ মূল সাধাৰণতঃ শ, য, বা স যুক্ত থকা সংস্কৃত শব্দ। প্রাকৃতত শ, স, আৰু কেতিয়াবা ‘য হিন্দী ‘স’ৰ (ইংৰাজী ‘s in sin) দৰে উচ্চাৰিত হৈছিল আৰু লেখোতেও 'স' লিখা হৈছিল ; যেনে সত অসমীয়া শিস্ (head) সির ( শিৰ, যেনে-মানৰ শিৰ ; 3. শিৰস্তান, শিথান ; ছি, মাছ ছি। শশধৰ (moon) সাধ পেত: ( white) বােড়শঃ (sixteenth) সােলহ যােত, (উ. সোল্প ) তা (pure, unmixed) সুধা তথা বা পদ। পাশং (net, halter) ফাস ফাচ ত্ব (hearing) সুন্নি শুনি। ইত্যাদি কেতিয়াবা আকৌ ‘শৰ উচ্চাৰণ য ব ‘খ’ৰ উচ্চাৰণৰ নিচিনা হােৱাও দেখা যায় , যেনে- | এত অলীয়া দশতি (to cause to see) দিখাই । দেখায়, দেখুৱায় দৃশ্যতে (to be seen) দেখি, দেখি (যেনে ফুলটো বগা দেখি। বৈদিকতাে এনে আছিল, যেনে দৃক্ষণে, দৃশ, ধাতুৰ শৰ ৰূপান্তৰ। ব’ৰ উচ্চাৰণ অসমীয়া ভাষাত ‘খ’ৰ ওচৰা-ওচৰি; কিন্তু ‘খ’ত কৰি কোমল। আদিতে ৰ'ৰ এই উচ্চাৰণ আছিল বুলি অনুমান হয়। যেনে-স, সেতা