অসমীয়া ব্যাকৰণ আৰু ভাত। মুখত বৰ্ণৰ উচ্চাৰণ নকৰে এনে নহয়। মূধ ও উচ্চাৰিত কৰে; কিন্তু কথা কোৱাত দত্য আৰু মুখ বৰ্ণৰ বৰ প্ৰভেদ নাৰাখে। লেখাত উভয় বর্ণৰে প্ৰচলন আছে। সংস্কৃতপৰা অহা শব্দৰ বৰ্ণ- বিন্যাস যথাসম্ভৱ সংস্কৃতৰ নিচিনা কৰি লেখা যায়। কোনাে কোনাে ঠাইত প্রাকৃতৰ অকণেও বর্ণবিন্যাস কৰা হয়। কিন্তু পালি আৰু প্রাকৃত উচ্চাৰণ স্থান বিশেষে লৰচৰ হৈছিল। এতেকে এনেস্থলত সংস্কৃত বর্ণ-বিন্যাস লৰচৰ কৰাতকৈ প্ৰাকৃত বর্ণ-বিন্যাস লৰচৰ কৰাই যুক্তিযুক্ত। থান’ আৰু ঠাই’ শব্দৰ আদি বর্ণ সংস্কৃতত ‘খ। আমি লেখোতে দুই কমে লেখো, কিন্তু উচ্চাৰণত একো পার্থক্য নাৰাখে। সংস্কৃত কর্ণ শৰ অসমীয়াত কাণ হয়। সংস্কৃতত ণত্ববিধানৰ নিয়মমতে ৰ'পিছত থকাৰ কাৰণে মূর্ধন্য । হৈছে। অসমীয়াত ণত্ববিধানৰ নিয়ম নাখাটে, কিয়নাে তাত ৰ’ নাই। এতেকে “কাণ” নেলেখি “কান” লেখাহে উচিত। কিন্তু মূর্ধন্য ণ ৰাখিলে শব্দটোৰ মূল বিচাৰিবলৈ সহজ হয়। এতেকে প্রচলিত বর্ণ-বিন্যাস থকাত আমাৰ অসুবিধা নাই। শব্দৰ আদিতে বহিলে ‘ড আৰু ‘ঢ’-উচ্চাৰণ লৰচৰ নহয় ; যেনে— ভাক, ঢাক, ইত্যাদি। ড’ আৰু ‘চ’ৰ লগত ‘য’ যােগ হলে বা দুটা পদ লগলাগি এটা শব্দ হলেও ইহঁতৰ উচ্চাৰণ একে থাকে ; যেনে—ডন্ডগী, ঢ, আঢ্য, জাড্য, ইত্যাদি। আন ঠাইত বহিলে ‘ড’ আৰু ‘ঢ’-ৰ উচ্চাৰণ যথাক্রমে কঠিন ‘ৰ আৰু ই’ৰ নিচিনা হয়; তেতিয়া সেই উচ্চাৰণ বুজাবৰ কাৰণে সিহঁতৰ তলত এটি ফুট দিয়া হয় ; যেনে—‘গড়, গঢ়, ষাঁড়, জাড় বা জাৰ (স, জাড্য ), পঢ়া, ইত্যাদি। ডে’, লাঢ়ো আদিৰ বৰ্ণ-বিন্যাস এই নিয়মে ভুল। অসমীয়া ভ’ আৰু ‘ঢ’-ৰ উচ্চাৰণ হিন্দী উচ্চাৰণৰ লগত মিলে। | ত, থ, দ, ধৰ সংস্কৃত উচ্চাৰণ আমাৰ নাই; সংস্কৃত ট, ত, ঠ, থ আদিৰ মধ্যবর্তী উচ্চাৰণ হে আমি গ্ৰহণ কৰিছো। ত’ আদিৰ উচ্চাৰণ কৰোতে আমি জিভাৰ আগ জাতৰ আগতত নলগাওঁ, তালু মাজতাে নলগাও। জিভাৰ আগ বাতৰিকে পাতৰ আলুত হে লগাও। এতেকে আমাৰ উচ্চাৰণ অর্থ মূখত অর্থ দন্ত্যহে হয়। পালি গ্ৰন্থত অতি প্রাচীন কালৰেপৰা মুখ আৰু দত্যৰণৰ ব্যৱহাৰ অদল-বদল হৈ চলি আহিছে; আৰু তাৰপৰা ভাৰিব পাৰি যে উভয়ৰ উচ্চাৰণৰ পার্থক্যও নাছিল। অশােক প্রস্তলিপিত একেটা শব্দৰ একে শাৰীতে
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৪৮
অৱয়ব