পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব , , হ আৰু অৰৰ অ, আ এই কেইটা আখৰৰ উচ্চাৰণ স্থান কণ্ঠ বা জিহ্বামূল বুলি ইহঁতক জিহ্বামূলীয়া বা ক্যবর্ণ বােলে। আমাৰ জিভাৰ গােৰ নি কোমল তালুত লগালে আমাৰ গান ‘ক’ রূপে উচ্চাৰিত হয়। সেই শাসকে স্পষ্ট কৰি শুনা ধ্বনিত পৰিণত কৰিলে ‘গ’ ওলায় ‘ক’ৰ লগত ‘হ’ৰ উচ্চাৰণ কৰিলে ‘খ’ হয়। বা + জিহ্বামূল খাস (বা ‘হ)=‘খ’। সেইদৰে গ+জিমুল খাস (বা ‘হ)= ঘ। ‘গ’ৰ- পৰা ' উচ্চাৰিত হয়। ‘গ’ উচ্চাৰিত কৰোতে যদি জিভাৰ গােৰ আৰু ভালু একেবাৰে স্পষ্ট হয় আৰু ৰাস বিবাখাসাঘােষৰ নিচিনা হঠাতে বন্ধ নহৈ সম্বৰনাদঘােষৰ দৰে কোমলভাৱে বন্ধ হয় আৰু লগে লগে খাস মুখেদি নােলাই নাকেদি ওলায় তেন্তে আমি ‘’ৰ উচ্চাৰণ পাওঁ। 'হৰ উচ্চাৰণ বৰিত বা ধ্বনিত শাস ভিন্ন আন একো নহয়। মহাপ্রাণ বৰ্ণৰ দ্বিতীয় অংশটোৱে হ'। ইয়াৰ উচ্চাৰণ আদিতে ‘ঘ’ৰপৰা ওলাইছিল। যেনে, সি সং. সিংহ ko, বৈদিক—হতি, অন্তি, দুস্রোহ, মােঘ আদিত তাৰ প্রমাণ পােৱা যায়। প্রাতিশাধ্যমতে এই বর্ণ কেইটি জিভাৰ মূলত উত্তৰ হয়। 'হ’ টোক তাত ধ্বনিত শ্বাস বুলি ধৰিছে। আৰু মহাপ্রাণ বর্ণ ঘ, ধ, আৰু ভৰ দ্বিতীয়াংশ বুলি নির্দেশ কৰিছে। ৯ অর্থাৎ ক্+ষ টো স’- ৰ আগত থকা তালব্য বর্ণৰ স্বৰৰ বিকৃতি মাত্র, যেনে-চ, (speak), বক্ষ্যতি (will speak)। | ২৮। তালব্য বর্ণ ( Palata)—চ, ছ, জ, ঞ, য, সংযুক্ত শ আৰু স্বৰৰ ই, ঈ-ৰ উচ্চাৰণ তালুৰপৰা হয় বুলি সেই নাম। জিভাখন দাঙি নি তালুত হঠাতে লগাই খাস বাহিৰ কৰিলে যি উচ্চাৰণ হয় তাক অলপ লৰচৰ কৰি এই বর্ণকেইটিৰ উচ্চাৰণ কৰিব পাৰি। আদিতে সংস্কৃত ‘চ’ আৰু হ'ৰ উচ্চাৰণ কি আছিল এতিয়াও পণ্ডিতসকলে ঠিক কৰিব পৰা নাই। ইংৰাজী cৰ উচ্চাৰণ বলা আৰু হিন্দী ‘চ’ৰ অর্থাৎ “ট+শৰ উচ্চাৰণৰ দৰে। অসমীয়াত ‘চ’ৰ উচ্চাৰণ সদায় হিন্দী স’ৰ নিচিনা। ই ফোচফোচনি বা ঘর্ষণ-সূচক (sibilant or fricative) ধ্বনিৰ নিকটবর্তী ; ‘ছ’ৰ উচ্চাৰণ তাত কৰি কঠিন। প্রমাণ পােৱা যায় যে প্রাকৃতত ‘ছ’ টোক সাধাৰণতঃ শ’ কৰি লেখিছিল; আৰু তাক হিন্দী স’ৰ দৰে উচ্চাৰিত কৰিছিল, যেনে—মা, আ-মূৰী (knife), অ. দুৰী। অসমীয়াত চিন, চাব, ছাত্র, ছায়া আদি শব্দৰ উচ্চাৰণ কেতিয়াবা অদলবদল হলেও