উচ্চাৰণ ২১ অর্থাৎ খাস হঠাতে বন্ধ নকৰি যদি খন্তেকৰ নিমিত্তে জমা কৰি ৰাখি তাৰ পাছত কাৰ খােলা আৰু শৰ-ৰ পৰস্পৰে কিঞ্চিৎ নিকটবর্তী হৈ থকা অৱস্থাতে তাক সশব্দে তীব্ৰগতিত ওলাব দিয়া যায় তেন্তে আমি বিবাখাসাঘােষ কর্কশ যৰ পাওঁ। এই অৱস্থাত বিবাখাসাঘােৰ বৰ্ণৰ উচ্চাৰণ কৰোতে খাস জমা হৈ বেচি জোৰে ওলায়। ইহঁতৰ নাম “মহাপ্রাণ” (aspirate) বর্ণ। আৰু যদি কৰাৰ বন্ধ বা অলপ খােলা অৱস্থাত শব্দ দুডাল ওচৰা-ওচৰি কৰি আৰু খাস শব্দযুক্ত কবি স্পষ্টভাৱে উলিয়াওঁ তেন্তে সন্থাৰনাদঘােষ বৰ্ণৰ কর্কশ উচ্চাৰণ পাওঁ। এই অৱস্থাতাে সনাঘােষ উচ্চাৰণ কৰোতে খাস জমা হৈ বেচি লােৰে ওলায়। ইহঁতাে মহাপ্রাণ বর্ণ (aspirates)। বিবাৰশ্বাসাঘােষ আৰু সম্বৰনাদঘােষ বর্ণ স্বাভাৱিক অর্থাৎ শ্রুতিমধুৰকৈ উচ্চাৰিত কৰিলে অল্প-প্রাণ (unaspirate) বর্ণ ওলায়। বৰ্গৰ প্রথম আৰু তৃতীয় বর্ণ অল্প-প্রাণ (unaspirate) আৰু দ্বিতীয় আৰু চতুর্থ বর্ণ মহাপ্রাণ (aspirate)। বর্গীয় পঞ্চম বৰ্ণৰ উচ্চাৰণ কৰোঁতে বাগযন্ত্র পৰিমী আৰু নিশ্চেষ্ট অঙ্গ সম্পূৰ্ণৰূপে সৃষ্ট হয় বা লগ লাগে, কিন্তু আমাৰ পাস বিশ্বাসাঘােষৰ দৰে হঠাতে বন্ধ নহৈ সৰনাদঘােষৰ দৰেহে বন্ধ হয়। তেতিয়া খাস মুখেদি মুলিয়াই সাধাৰণত নাকেদি উলিওৱা হয়। ইহঁতে। অল্প-প্রাণ বর্ণ। অল্প-প্ৰাণ আৰু মহাপ্রাণ উভয়কে বিবাৰখাসাঘােষ আৰু সৰনাদঘােষৰ বিশেষ ধ্বনি বুলিব পাৰি। বৰ্গৰ প্ৰথম আৰু তৃতীয় বৰ্ণৰ লগত ‘হ’ উচ্চাৰিত কৰিলে অর্থাৎ সেই সেই বৰ্ণৰ লগতে খাস বৰ কোবে উলিয়ালে যথাক্রমে দ্বিতীয় আৰু চতুর্থ বর্ণ ওলায়। বহুত ভাষাত বর্গীয় দ্বিতীয় আৰু চতুর্থ বর্ণ নাই। প্ৰথম আৰু তৃতীয় বৰ্ণৰ লগত ‘ই’ উচ্চাৰিত কৰি তেনে ভাষাভাষী সকলে দ্বিতীয় আৰু চতুর্থ বৰ্ণৰ কাম চলায় ; যেনে, ইংৰাজীত খ, ঘ, ছ, ঝ, থ আদি বর্ণ নাই। তাত ক, গ আদি অল্প-প্রাণ বৰ্ণৰ পিছতে ‘হ’ উচ্চাৰিত কৰি খ, ঘ আদি মহাপ্রাণ বর্ণ উলিয়ায়। | ২৭ কষ্ঠ্য বর্ণ বা জিহ্বামূলীয়া বর্ণ (Guttural)। ক, খ, গ, ১। 'কুহবিলনীয়ানাং কণ্ঠ। ইচুনাং তালু। ঋটুনা মূর্ষা। তুলনা কা। উপধমানীয়ানামােঠে। এমঙণানাং নাসিকাচ। এদৈততঃ কতালু। ওদৌততা কঠোঠ। কাৰত দােঠ। জিহ্বামূলীয় জিহ্বামূল। নাসিকাংখা । সি. কৌ. (৪১৫) N, B. “ককাচকাদিযুকাৰ পংচৰ পৰিগ্ৰনার্থ।”
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৪৫
অৱয়ব