| অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব কাৰ মতে স্বতন্ত্র ‘ঐ’ কাৰৰ ব্যৱহাৰ প্ৰকৃতত হয়। কিন্তু মার্কণ্ডেয়ৰ প্ৰাকৃত সর্বস্বৰপৰা জানিব পাৰি প্ৰাকৃতত কেতিয়াও স্বতন্ত্র ‘ঐ কাৰৰ প্ৰচলন নাছিল। ইয়াৰ ব্যৱহাৰ অপভ্রংশ প্রাকৃতত হে সম্ভৱ। কোনাে কোনােৱে আকৌ ‘ন’ আৰু য’-ৰৰ স্বতন্ত্র ব্যৱহাৰ প্ৰাকৃতত নাই বুলি কয়। মাগধী প্রাকৃতত ‘শ’ আছে। সি যি হক প্রাকৃতত এই কেইটা বৰ্ণৰ চলন আছিল বুলি ধৰিব পাৰি :- স্বৰ-অ, আ, ই, ঈ, উ, ঊ, এ, ও, ঔ, ৪ ১০টি। ব্যঞ্জন-ক, খ, গ, ঘ, ঙ, চ, ছ, জ, ঝ, ঞ, ট, ঠ, ড, ঢ, ণ, ত, থ, দ, ধ, ন, প, ফ, ব, ভ, ম, য, র, ল, ব, স, হ, ড়, ঢ়-৩৩টি। সৰ্বমুঠ—৪৩টি। | প্রাকৃত বােলােতে আমি মহাৰাষ্ট্ৰী প্রাকৃতকে ধৰিম। মহাৰাষ্ট্ৰী প্রাকৃতত -ৰ ব্যৱহাৰ থকা দেখা যায়। এতেকে প্রাকৃতৰ সময়তাে এই বৰ্ণৰ ব্যৱহাৰ আছিল বুলি ধৰিলে ভুল নহব। হেমচন্দ্র তাক আৰু বৰুচিৰ (কলিকতীয়া সংস্কৰণ) মতে -ৰ ব্যৱহাৰ প্ৰাকৃতত নাছিল। সি যি হওক অসমীয়া বর্ণমালা বৈদিক সংস্কৃতৰপৰা প্ৰাকৃতৰ মাজেদি আহিছে বুলি বােধ। হয়। অসমীয়া লিখিত ভাষাত সংস্কৃত বর্ণমালা প্রচলিত থাকিলেও উচ্চাৰণত সম্পূর্ণ নাই। প্রাকৃত ভাষা সংস্কৃতৰপৰা নহয় বৈদিক বা প্রাকবৈদিক যুগৰ ভাষাৰপৰা হে ওলাইছে। ই কথ্য ভাষাৰ পৰা কথ্য ভাষা ৰূপে নামিছে। ১। “ঐৰাৱন ঐৰাৱত ইত্যুভয়ম্ অপি প্রাকৃতে সাধু”।-জয়মঙ্গল। “ঐৰাৱত ঐৰাৱ ইত্যুভয় প্রাকৃতে সাধু। যদ্যপ্যৈান্য প্রাকৃতে নিত্যম একাৰাদেশ উথাপ্য দেত্তা চ কেষাংচিদিত্যুত্বাৎ তন্মতেনেদমূদাহৃত”।-তৰত মল্লিক। Pischel. p. 2. | ২। ভটিকাব্যে ঐৰাৱন মদ পৰিমল গন্ধহাবন্তি সম্ভৰস ইত্যপভ্রংশ ভাষায়। এব সমাবেশে ন প্রকৃতস্য। প্রাকৃতে সর্বধাপে কাৰা সম্ভবাৎ”। মার্কণ্ডেয় প্রকৃতসৰ্ব্ব। Pischel. P. 2. ৩। “সিদ্ধি সংস্কৃত শব্দানাং ভবেৎ পঞ্চাশ ৰৈ। প্রাকৃতানাং তু সিজি স্যাত্তৈবিংশক্ষৰৈ।” মুকুশ শর্মা। কাত্যায়নৰ প্রাকৃত মঙৰী। ৪। হেমচ ৪২৮৭-৩১। “খবর্ণে বিণৈকাৰৌকাভ্যাং চ দশ স্বঃ । শ্যৱসংযুক্তঞেী নযাত্যাং চ বিন হল। নযঃ ব্যানে ন জো ভাং ও বর্গফুজো কচিৎ। চিন্মাং যুায়ােগায়ৈযুলোই নইতি মুকুন্দ শর্মা | কাত্যায়ন প্রকৃত মৰী। ৫। “পাটেঃ ফাঃ।” “ঘূর্পোর্যোত।” “দোর্ণোঃ ।” কাত্যায়ন প্রকৃত মাৰী ৭৮৬।
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৩২
অৱয়ব