পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰ্ণ প্ৰকৰণ ১০। ভিন ভিন সংস্কৃত ব্যাকৰণমতে বৰ্ণৰ সংখ্যাও ভিন ভিন । কলাপ ব্যাকৰণমতে বৰ্ণৰ সংখ্যা ৫৩টা, মুগ্ধবােধমতে ৫১টা, ৰত্নমালামতে ৫২ আৰু শমতে ৬৩ বা ৬৪টা। পাণিনিমতে মূল বর্ণ ৪২টি, যথা :- স্বৰ—অ, ই, উ, ঋ, ৯, এ, ও, ঐ, ঔ—৯টি। ব্যঞ্জন—হ, য, র, র, ল, ঞ, ম, ৬, ৭, ন, ঝ, ভ, ঘ, চ, ছ, জ, ব, গ, ড, দ, খ, ফ, ছ, ঠ, থ, চ, ট, ত, ক, প, শ, ষ, স—৩৩টি। আৰু : বিলগ আখৰ নহয়। ইহঁত যথাক্রমে বা মৃ আৰু ৰ বা স্ৰ ৰূপান্তৰ মাত্র। পৌৰাণিক যুগৰ সংস্কৃতত , ত আৰু ৰ ব্যৱহাৰ নাছিল। ১১। পালিত ঐ, ও, ঋ, ঋ, ৯, , শ, ষ, এই কেইটি বর্ণ নাই। কিন্তু তাত ত (1) আৰু আন সংস্কৃত বর্ণ আছিল। প্রাকৃতত ঋ, ঋ, ৯, , ঐ, ও, ঙ, ঞ, শ, ষ, বিসৰ্গ আৰু প্লুত ($১৬) স্বৰৰব্যৱহাৰ নাই। হেমচন্দ্ৰৰ মতে ‘আৰু ‘ঞ ৰ স্বকীয় ব্যৱহাৰ নাথাকিলেও সিহঁত স্বর্গ সংযুক্ত হয়। সেইদৰে ‘ঐ’, ‘ঔ’ অকলে নবহি ব্যঞ্জনবর্ণ সংযুক্ত হয়। কাৰৰ ১। স্বর্গীয় লক্ষ্মীকান্ত মিশ্ৰ ভাগৱতীৰ নােটৰপৰা এই সংখ্যা দিয়া হ'ল। ২। “অ ই উ ন ।১। ঋ ক ২া এ ও ঙ । ঐ ও চ, ৪। হ য ব র ট ।৫। ল । ঞ ম ৬ ৭ ন ম ৷৷ ব ত ঞ, ৮। ঘ ঢ ধ য ৷৷ জ ব গ ড শ ।১• ফ ছ ঠ প চ ট ত ব ১১। ক প য,।১২ শ ষ স ৷১৩ হ ল।১৪”- পাণিনি। | এই চতুর্দশ লুত্ৰৰ অন্ত্য ব্যঞ্জন বর্ণ ইৎ (লেপ) হয় (“হলস্ত্য”, পী: ১/৩৩)। আৰু পিছৰ (অন্তু ইৎ সংৱালা বৰ্ণৰ লগত উচ্চাৰিত হােৱা যি পহিলা আখৰ আছে সেই আখৰ আৰু মাজৰ সকলাে আখৰ ধৰিব লাগে (আদিৰনে সহেতা”। পা, ১১৭১)। যেনে-অন বােলােতে ‘অ' আৰু ‘ন’ৰ মাজৰ আখৰ আৰু ‘অ’ বুঝিব লাগে। অর্থাৎ , ই, উ ধৰিব লাগে। অচ, বুলিলে অ, ই, উ, খ, ১, এ, ও ঐ, ও বুজিব লাগে। য এতাহাৰৰ আখৰ বুলিলে য, র, র, ল বুলিব লাগে। সেইদৰে শল এতাহাৰৰ বাখৰ শ, ষ, স, হ। হল প্রত্যাহাৰৰ সমুদায় ব্যঞ্জন বর্ণ। ৩। Kachchayano's Pali Grammar, p. 16: $4. কাজায়নৰ মতে বর্ণ সংখ্যা ১১টি—য, ক খ গ ঘ ঙ চ ছ ৷ ঝ ঞ ট ঠ ড ঢ ণ ত থ ন প ফ ব ভ ম য র স হ। অ আ ই ঈ উ উ এ ও। । “তেন ঔশষ বিসর্জনীয় তর্জোৱ সমায়ে লােগন্তব্য। ও বর্গসংফুকো তৰত এব ঐদৌতৌ চ কোংটি। কৈতব কৈৱ। সৌন্দৰ্য্যম সৌংকাৰি। কোৰা কৌৰ।-হেমচ ১১। | 9