পৃষ্ঠা:অসমীয়া আদি পাঠ.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
অসমীয়া আদি পাঠ ।

আধৰুৱাকৈ নেৰিবা। যিটো কাম আজি কৰিব পাৰা, তাক কালিলৈ নথবা।

ল্      ল্ক   পাল্কী, উল্কা ।
ল্      ল্প   গল্প, সংকল্প ।
ল্      ল্ল   আল্লা, চল্লিশ ।
শ্      শ্চ   পশ্চিম, নিশ্চয় ।
ষ্      ষ্ক   পৰিষ্কাৰ ।
ষ্      ষ্ট   কষ্ট, দুষ্ট, তুষ্ট ।
ষ্      ষ্ঠ   ষষ্ঠ, নিষ্ঠুৰ ।
ষ্      ষ্ণ   কৃষ্ণ, তৃষ্ণা ।
ষ্      ষ্প   পুষ্প, বাষ্প ।
ষ্      ষ্ফ   নিষ্ফল ।
স্      স্ক   পুৰস্কাৰ ।
স্      স্খ   স্খলন ।
স্      স্ত   অস্ত, সস্তা, শাস্তি ।