পৃষ্ঠা:অসমীয়া আদি পাঠ.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
অসমীয়া আদি পাঠ ।

উদ্গৰণি লগাই খালে অজীর্ণ হয়। সজ কথা কোৱা উত্তম; কিন্তু সজ কাম কৰা তাতােকৈ উত্তম।

প্      প্ত   সমাপ্ত, দীপ্তি, তৃপ্তি ।
ব্      ব্জ   কব্জা, অব্জ ।
ব্      ব্দ   শব্দ ।
ব্      ব্ধ   লুব্ধ ।
ম্      ম্প   চম্পা, সম্পদ ।
ম্      ম্ফ   সাম্ফল ।
ম্      ম্ব   কম্বল, কুটুম্ব, অম্বুবাচী ।
ম্      ম্ভ   আৰম্ভ, সম্ভেদ, কুম্ভীৰ ।

১২ পাঠ ।

 কোনাে এটা কাম আৰম্ভ কৰিলে, তাক সমাপ্ত নকৰাকৈ এৰিব নেপায়। এতেকে কোনাে কামত লিপ্ত হলে তাক