পৃষ্ঠা:অসমীয়া আদি পাঠ.djvu/২১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অসমীয়া আদি পাঠ। স্ থ স্থ সুস্থ, অৱস্থা, স্থিৰ।। স্ প প পৰস্পৰ, অস্পষ্ট। স ফ স্ফ আস্ফালন, স্ফটিক। হ ব হব বিহবল। ১৩ পাঠ। পাল্কী এবিধ দোলা। কিন্তু দোলাতকৈ পাল্কী ধুনীয়া। মই বাইদেওৰ লগত পাল্কীত উঠি লুইতত স্নান কৰিবলৈ গৈছিলো। বুধবাৰে নে বৃহস্পতিবাৰে গৈছিলো নিশ্চয়কৈ কব নােৱাৰে।। বাটত বাইদেৱে কেবাটাও গল্প কৈছিল। | লুইত বৰ ডাঙ্গৰ নৈ। ইপাৰৰ পৰা সিপাৰৰ গছ-গছনি ৰিণিকি ৰিণিকি হে দেখি। ঢৌৰ আস্ফালন কি চাবা! মই