পৃষ্ঠা:অসমীয়া আদি পাঠ.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
অসমীয়া আদি পাঠ ।

স্      স্থ   সুস্থ, অৱস্থা, স্থিৰ ।
স্      স্প   পৰস্পৰ, অস্পষ্ট ।
স্      স্ফ   আস্ফালন, স্ফটিক ।
হ্      হ্ব   বিহ্বল ।

১৩ পাঠ ।

 পাল্কী এবিধ দোলা। কিন্তু দোলাতকৈ পাল্কী ধুনীয়া। মই বাইদেওৰ লগত পাল্কীত উঠি লুইতত স্নান কৰিবলৈ গৈছিলোঁ। বুধবাৰে নে বৃহস্পতিবাৰে গৈছিলোঁ নিশ্চয়কৈ কব নােৱাৰোঁ। বাটত বাইদেৱে কেবাটাও গল্প কৈছিল।

 লুইত বৰ ডাঙ্গৰ নৈ। ইপাৰৰ পৰা সিপাৰৰ গছ-গছনি ৰিণিকি ৰিণিকি হে দেখি। ঢৌৰ আস্ফালন কি চাবা! মই