১১ পাঠ।
বান্দৰে কল খাবলৈ বৰ ভাল পায়৷ অসন্তোষীয়া মানুহৰ সুখ নাই। আলান্ধু ধোঁৱাৰ পৰা হয়। মাটিত গজা গছ-বন আদিক উদ্ভিদ বোলে। বুদ্ধিৰে যি কাম কৰিব পাৰি বলেৰে তাক নোৱাৰি।