পৃষ্ঠা:অসমীয়া আদি পাঠ.djvu/১০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অসমীয়া আদি পাঠ যাব নােৱাৰিলাে। কাতি মহীয়া বৰকৈ হিম পৰে । কেনেবাকৈ হিম লাগি মােৰ জ্বৰ হৈছিল ; মােৰ স্বৰ ভাগি গৈছিল; মই জ্বৰত বিহবল হৈ পৰিছিলো। পাছে, এজন ভাল বেজৰ দ্বাৰা চিকিৎসা কৰােৱাত জ্বৰ আৰােগ্য হল। বেজে কাথৰ লগত দৰব মাৰি খুৱাইছিল। তেওঁৰ দৰবত মােৰ বিশ্বাস। তেওঁ বিদ্বান অথচ নম্র স্বভাৱৰ লােক। ন ফলা। ন= | গ ন গ ; ত ন তু ; শ ন শ্ন। অগ্নি অন্ন যত্ন স্নেহ | নিম্ন প্রশ্ন বহ্নি | ৬ পাঠ। অন্নে মানুহৰ জীৱন ৰাখে। জুই নহলে অন্ন সিজাব নােৱাৰি। জুইক