পৃষ্ঠা:অসমীয়া আদি পাঠ.djvu/১১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অসমীয়া আদি পাঠ। অগ্নি বােলা যায়, বহ্নিও বােলা যায়। অগ্নিয়ে সকলােকে পােৰে। আইয়ে নিতে স্নান কৰি জগন্নাথৰ নাম লয়। তেওঁ নিজ হাতে অন্ন সিজাই আমাক খাবলৈ দিয়ে। সিদিনা আমাক পৰমান্ন দিছিল। তেওঁৰ স্নেহ আৰু যত্নৰ কথা কৈ শেষ কৰিব নােৱাৰি। তেওঁক কোনাে কথাৰ প্ৰশ্ন কৰিলে কয়, বােপা, পুথি পঢ়া; পুথিত সকলাে কথা জানিবলৈ পাবা। ম ফলা। ম= ক ম ক্স ; ল্ ম ল্ম ; হ ম হ্ম। পদ্ম জন্ম ভস্ম ৰশ্মি ৰুক্মিণী লক্ষ্মী ব্রাহ্মণ মহাত্মা