পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৯৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অদ্ভুত ৰামায়ণ । পদ । শুনা আতপৰে যেন কথা বিতোপন । শুনিয়া ক্যাক দেবী বুলিল। বচন । যিহেতু ৰহস্য স্তবে সন্তোষিলি মোক সত্যে সত্যে বোলে। যেহি বস্থ| সেহি হোক। শুনি মাৰুতিৰ ভৈল অনন্য অশেষ । নিউক বুলি দিলা দেবী সবাকে আদেশ । শুনি বে এধৰ সব আগে পাছে ভৈল। বি বৰ দ্বাৰৰ নিয়া বাৰূ কৰি থৈল ।৩৬১ পাছে লৱ কুশে বোলে মাতৃত বিনয় এইৰ স্তুতি শুনি মাৱ ভৈলোহেঁ। বিস্ময় । স্বৰূপ বুলিল নুবুলিল স্তুতি চয়। আপুনিয়ে চাহা গুণি হয়কি নহয় ॥৩৬২ কৈত দেখি আছাহ। কন্যাৰ হেন জ্ঞান । আপোনাৰ মাত্ৰ সাধি ফুৰয় কল্যাণ । ক্য। নোহে ইতে। আমাসাৰ মনে লয় । শুতিতে জানিলো হৈবে পবন তনয় । ৩৬৩ কন্য। বেশে আসি ভেল ছলিতে আমাক । অজজ্ঞাসে তুমিয়ে বুলিল। সত্য বাক ।