পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৮১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অস্ত্ৰ অ’ ৰামায়ণ । ৭৯ কাহাকো নিচিনি, নজানিয়া৷ অতি, ফুৰো অতি বিয়াকুলি । আইলো কতদূৰ, ইতো কোন পূৰ, নজানে৷ তাক সমূলি ॥৩২৭ গৃহৰ বঝাই, মাৰুতিক চাই, বোলে এক বৃদ্ধা নাৰী । সীতা নামে এক, দেবীৰ কাহিনী আমি কহিবাক পাৰি । মোৰজীৱ খানি, বৰ সাধিবাক, গৈয়া আছে তfন ঠাই । পথ নিৰোধিল, অসিবে নপাইল, আছয় দুর্ঘটে পাই ॥৩২৮ মায়াবি মাৰুতি, বিনয়ে সোধয়, কহা আই ভালকৰি । কিবা হেতু পথ, নিৰোধি আছয়, শুনেহেঁ তাক শুন্দৰি । গৃহন্থিনী বোলে, শুনহ সুন্দৰী নুবুলিলো মিছা বাক । সীতাৰ দোহাই, দিয়া নাগি ৰাজ, কৈবে দিয়া আছে হাক । ৩২৯