পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৭১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৯ অৰ্ভত ৰামায়ণ । সত্য লোক পাই ব্ৰহ্মা দেবত পুছিল । সাবশেষে ব্ৰহ্মা সবে বৃত্তান্ত কহিল । ২৮৩ হনুমন্ত বীৰবৰ মহ মায়াশীল । কুমাৰক বিচাৰিতে পাতালে পশিল । আবে যে:হ যোগ্য হয় আজ্ঞা দিবেলাগে । পাছে যেন হৌক আমাদাৰ কৰ্ম্ম ভাগে । ২৮৪ জানকী বেলিন্ত নাগৰাজ চলি যাহা । যত নাগ বীৰ মানে সবাকে মানাহা । দৈত্য দানৱৰ মুখ্য বাৰ মানে । অস্ত্ৰ শস্ত্ৰ ধৰিয় ৰতে’ক সাবধানে । ২৮৫ দ্বাৰণস্ক কৰি সবে দ্ব’ৰ মুখে ৰৈব কেহেঁ। জলে কাতো মোৰ বাৰ্ত্তাক নকৈ ব। আনকেসে লাগি আছে উপায় প্ৰচুৰ মাৰুতিৰ প্ৰতি মোৰ বুদ্ধি হৈ লঘুৰ । ২৮৬ গুপুতে থাকিবো আন নাহিকে উপায় বুলিলন্ত পাছে দেশী পৃথিবীক চায় । শুনা মাতৃ হুয়া আছে যেন বিসঙ্গতি শ্ৰীৰামৰ দূত আনি আছয় মাৰুতি ॥ ২৮৭ মোহোক পুত্ৰক যদি পাই এংহ ঠায় । কিমতে ৰাখিবা তাৰ নেদেখে। উপায়।