এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
লবক কুশক দেখি অগনি উধাই।
প্ৰবোধন্ত শত্ৰুগণ ভৰত লখাই॥
শুনা শুনা দদা আৰ খেদ নুজুৰাই
আৰ কি কৰিলে খেদ জানকীক পাই॥ ১২
যাৰ যিবা হৈবা সিতো অৱশ্য হোবয়।
তাক এড়াইবাক জানা কেহো নপাৰয়॥
সাক্ষাতে দেখিলা মহা বীৰ লঙ্কেশ্বৰ।
অবহেলে শুনিলেক দেবাসুৰ নৰ॥১৩
কতোকালে দৈবে তাৰ দূৰ্গতি ঠেকাইল।
শূপৰ্নখা ***** পাইলে॥
মৰিচে ***** নুশুনিলা তাক।
ছল ন্দে হৰিলেক তোমাৰ ভাৰ্য্যাক॥ ১৪
ত্ৰিজা নৈকেষ মাল্যৱন্ত বিভীষণ।
না য ত্ত হনপৰ বুলিল বচন॥
নুশুনিলা তাক আৰু দুৰ্ব্বাক্য বুলিল।
তোমাৰ শৰত পড়ি সবংশে মৰিল॥ ১৫
ঈশ্বৰ পুৰুষ তুমি জানে সৰ্বজনে।
মৃ খ দ গ ক চ বণে ॥
মায়া মৃগ বুলি ।ই বধিলে তোমাক।
তথাপিতে গৈলা তুমি নুশুনিয়া তাক॥ ১৬