পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৫৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অন্ত, ত ৰামায়ণ । ৫ এতেক বুলিয়া দুয়ো শোকত মজিল । প্ৰবোধ বচনে সীতা সান্তা কৰিল । ভুঞ্জাই পঞ্চামৃত পিন্ধাই বস্ত্ৰ অলঙ্কাৰ । লভিলা অ্যানন্দ যেন কি কহিবো আৰ ॥। ২১৭ লৱকুশে হৰাইবাৰ মাতৃক পাইলন্ত । পৰম গৌৰবে সেৱা কৰি.ৰহিলন্ত । লৱৰ কুশৰ কথা এহিমানে থওঁ । অযোধ্যাত যেন ভৈলা তাৰ কথা কওঁ ॥২ ১৮ শুনা সভাসদ ৰাম চৰিত্ৰ অমৃত। ইহাৰ শ্ৰবণে হৰে সংসাৰ দুৰিষ্ঠ । ৰাত্ৰি দিনে বিষয় সুখ ক যত্ন কৰা। সি কি ৰাখিবেক যম যাতনাৰ পৰ। ২ ১৯ নাহিকে তাৰন্তা ৰাম নাম বিনে আন । বেদ বেদান্তৰো তাৎপৰ্য্য এহিমান। সৰ্ব্ব কৰ্ম্ম ছাড়ি গলে বঙ্কিা ৰাম নাম। কহে ৰঘুনাথে ডাকি বোলা ৰাম ৰাম ৷ ২২৭ যথা নিদ্ৰ। আসে তথা থাকোছে। পড়িয়া । ক্ষুধায়ে তৃষায়ে পীড়ে আকুল কৰিয়া । যদি দয়া কৰয় আনৰ মাতৃচয় । তাসম্বাৰ দয়া তৃবঢ়ি আাময় স ২১৫