পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৪৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৪ই অভূত ৰামায়ণ । যোগ সাধ্য বলে দুইকো নিবো এতিক্ষণ । সাবধানে চকু ফুদি ৰহু। ছুইজন । বিনা শ্রমে অবিলম্বে নিবে, কৰি ৰঙ্গ । নাহি চিন্তা দুহস্তে লভিবা মাতৃ সঙ্গ। ১৫৭ শুনি দুই ভাই চমু মদিয়া ৰহিলা। মায়াবলে দুয়ো কুমাৰক হৰিনিলা । যাহান্তে বুলিলা উদ্ধে ৰামক বিনয় । গুজা প্ৰভু ৰামচন্দ্ৰ তুমি কৃপাময়। ১৫১ লৱ কুশ দুই ভাতৃ তোমাৰ তনয় । জানকী দেবীৰ বাক্যে হৰি নেওঁ ময় । অচিৰ কালতে পুনৰপি দিবো আনি । হেনজানি চিন্তা নকৰিবা চক্ৰপাণি । ১৫২ এহি বুলি সৰ্পৰাজ ত্বৰিত গমন। বিদ্যা বিলাসিনী পুৰে ভৈলা উপসন্ন ৷ দুই কুমাৰক থৈল। কোলাৰ নমাই । জাগ ভৈলা সপৰাজ পাছত দোভাই। ১৫৩ চলি যান্ত ওই জণ লীলা গজগতি । কামদেব যেন জতি লাবণ্য মুৰুতি । দুৰ্ব্বাদলশ্যাম তনু পীত পট ধৰ । মুন্দৰ চৰণে ধ্বনি শুনি নূপুৰৰ । ১৫৪