পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৩৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অস্তৃত ৰামায়ণ । বতল চড়াই পাইলে৷ অতল বিবৰ । বেস্তা নাৰি গণ তাত দেখিলে”। বিস্তৰ । ময়ৰ তনয় ব্যেমি তাহাৰ ঈশ্বৰ । মুখ হন্তে জে বেয়া নাৰী নিৰন্তৰ ॥১২৫ কাপে গুণে বিtধষী গবে গ্রাম্য গীত । শুনি কামে উত্ৰাৱল পুৰুষৰ চিত । বৈৰিণী পূংশ্চলী বেশ্যা নাৰী যত যত । স্বচ্ছন্দ বিহা চাড়ি ধৰি মহ। ব্রত ॥১২৬ গন্ধ পুষ্প মাল্য অঙৰণ অাচ্ছাদন । দুৰ্ব্বাক্ষত বন্য ফল কৰিয়া যতন । খুমা খুমে চলে ৰামায়ণ গীত গায় । তাৰসঙ্গে চলিলে। পীততে মোহ যায় । ১২৭ নাৰী গণে বোলে তই কোঠেৰ ব্ৰাহ্মণ । বেশ্যাৰ সঙ্গত কেনে কৰাহা গমন । অসতী নাৰীৰ সঙ্গে দৰ্তী নষ্ট হয় । জাতি হৰুয়াইবে জানো অসিজাছ তয় । ১২৮ মই বোলো মাতৃসব হেন নুবুলিয়ে! । এক কথা সোধো মোত স্বৰূপ কcিif দ্র কাহাৰ চৰিত্ৰে গাযা যাস কোন লই । ত্মানন্দৰ অববি স বাৰে দেসে। নাই । ১২৯ ( 4 )