পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৩৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

হেনমতে চিন্তি, আসিয়া ত্ৰিজটা,
 পসিয়া মোহোৰ পায়।
বোলে অভিমত, সিদ্ধি হৌক মোৰ,
 হেন কৃপা কৰা আই॥
অবিচাৰে মই, বৰ দিলো তোক,
 সিদ্ধি হৌক মনস্কাম।
পাছতে সে জানি, বড় খেদ পাইলোঁ,
 সিদ্ধি ভৈল মোৰ বাম।॥১০৯
তোমাৰ হাতত মৰিয়া ৰাবণে,
 ***** জন্ম পাইব।
***** *****, আচৰি তোমাত,
 হাতত প্ৰাণ সুজাইব॥
***** *****, চৰিত্ৰ পবিত্ৰ,
 ***** ***** প্ৰচাৰিব।
শ্ৰবণ কাৰ্ত্তন, স্মৰণ কৰিয়া
 ***** ***** *****॥ ১১০
এহি বুলি মনে, ৰামক প্ৰণানি,
 ***** কৰি আশ্বাস
দিব্য বিমানত, চৰিলন্ত যাই,
 ভৈলো সবে নিৰুশ্বাস॥