পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/২২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অন্তত ৰামায়ণ । জনক নৃপতি, চিস্তাকুল মতি, ইতো ক্য। দিৰো কাক । ঈশ্বৰ ইচ্ছায়, শুনিমা তথখয়; দিব্য আশৰীৰি বাক । মহেশ্বৰ চাপ, অতু ল প্রভাপ, ভাঙ্গিবে যিতো পাৰয় । তাওক কষ্ট দিবা, চিন্তা নকৰিবা, বুলিলো বাক্য নিশ্চর । ৭৯ শুনি মাতামহ, পাইয়া উৎসাঁহ, পাতিলেক স্বয়ম্বৰ আসি মিথিলাত, ভৈল উপগত, পাতলক্ষ নৃপবৰ । যজ্ঞ ৰাখি । , লাগিয়া ৰামক, । শ্বা: ম৫ে খু জ নিলা যজ্ঞ ৰখি ৰামে, ভ্ৰাতৃ ঋষিসমে, আনন্দে গৈলা মিথিলা ॥৮০ যত ৰাজা ৰাশি, মহ। গর্বে বসি, আছে আভম্বৰ কৰি । ৰামে হাত কৰি, হেলে ধনু ধৰি, ভাঙ্গিলন্ত লীল কৰি ।