পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৬০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১৫৮ ত ৰামায়ণ । ভয়ে যমুমতী আসি মোক দেখা দিল। বুলি প্ৰিয় বাণী দ্বাৰ মুকুত কৰি ল । মাতৃৰ আদেশে লৱ কুশ আসি ভৈল দুইহন্তে আশ্বাস কৰি মোক লৈয়৷ গৈল ।৬৫ ৬ মহাৰঙ্গে যাই পাছে সভাত পশিলো গোসা0ীৰ সম দেনী ‘ স্তৰ দেখিলো মোহোক ঞ্চিতে দে ী কপট কৰিল। র্গোমানাক •েদেখি’ চেতন হৰিল (৬৭৭ ময়ে! শৰীৰক প্ৰতি এড়িলে’াছে যুগ অগনি জালিলে কৰিবাক লাগি ঝাস । দেখিয়া গোসানী পাছে মোক দেখা দিল । সুমধুৰ বাক্যে দেবী মোহোক বুলিলা৷ ॥৬৫৮ মই বোলো মাতা যদি উচিত বুলিছা । বিচাৰি চাহিলে তুমি মোকেসে ভাগুিছা । সত্য কৰি বাস্থিত বৰক দিয়া আছে৷ অযোধ্যাক যাই ব৷ তু'ম এহি গোৰ বাৰ্থ' ॥৬৫৯ অন্য ইচ্ছা নাহি মোৰ কহিলা সভাত অন্যধর অঃিত পড়ি,মৰিবেঁ। সাক্ষাত । জীবোবা মৰিবে। আাজি কৈলোঁ। সত্য বাক ঘাই বা কি নযাই। মাৰ কহিয়ে আমাক ।৬৬০