পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৫৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ৎ ৫৩ অভূত ৰামারুণ নিশ্চয়ে আসিছ যদি সাবিরাক বৰ ।. তেবে চলি যান তয় অতল বিবৰ । ব্ৰতেশ্বৰী নামে তাত আছে এক দেবী। যেই যিবা বান্ধে তাক পায় তাঙ্ক সেবি ।৬৩৬ শুনি তৈৰপৰ মই কৰিয়া সত্বৰ । উদ্ধগতি কৰি পাইলে। অতল বিবৰ । এক বৃদ্ধা নাৰী পুছিলেক মোক চাই । কৈৰ কন্যাকিবা হেতু আনিছ ইঠাই ॥৬৩৭। মই বোলো স্বৰূপ কহিলো শুন৷ আই। সীতা৷ নামে দেবীক ফুৰোহেঁ। মই চাই । প্রাণ সখা মোৰ স্নেতে মাতৃতো গাৰ । তাহাঙ্কে বিচাৰে। নাহি অপৰ বিশিট ।৬৩৮। গৃহন্থিনী বোলে মই পাৰে। কহিবাক সীতাৰ দোহাই দিয়া কৈতে দিছে হাক। দেবীত সাধিতে বৰ বীৰ খনিগৈল। ঘাৰক নি বদ্ধ কৈল ভিতৰতে ৰৈল ।৩৩৯ দুনাই সুধিলো মই সি ন!ৰীক চাই । কি কাৰণে যাৰ বদ্ধ কৰিলে ক ভাই । গৃহন্থিনী বোলে শুন কহেঁ। গোপ্য কৰি । হনুমন্ত নামে শুনো আছে এক হৰি ॥৬৪