এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
১৫ •
অস্তৃত ৰামায়ণ ।
পেসী গ্ৰাসী ননন্দিনী আইন শীৰ্জ কৰি ।
জানকী গোসানী আসে দেখোঁ নেত্ৰ ভৰি ।
পুহাইল ৰজনী ভৈল হৃদিন উদয় ।
গোর্স'নীৰ বিয়োগে দুঃখৰ ভৈল ক্ষয় । ৬১৬
ঘিতে৷ শান্তী সবে গৃহ বাজক নযাই ।
সিসবেও কৌতুহলে লৱড়িয়া যাই ।
খোড়া কণা সবে শুনি হেনয় স্বভক্ত
যাইবাক লাগিয়া একো উপায় নপান্ত' ৬৯৭
গৃহতে থাকিয়া দিতে। সবে গেড়িয়’ই
মোক লৈ য়ং যায়ো বাপ ক কা খুড়া ভাই ।
তাসম্বাৰ কথংক মু শুনে কেহোজন
অযোধ্যানগৰী ভৈলা উত্ৰাৱল মন ॥৬১৮
খেড়াক নি কটে অন্ধ কহে হেন বাক ।
জানকী গে:ম্পানী শুনো মসিবে.সভাক ।
দুয়ে। মিলি হেন বুদ্ধি কৰোহেঁ। এখন ।
মোহোৰ কান্ধত তুমি কৰা আহে ।৬১৯
তোমাৰ নয়ন হৈব মোহোৰ চৰণ।
এহিসে উপায়ে ব স্থ | হৈবেক পুৰণ ।.
পদূত পঞ্চাশ বুদ্ধি অন্ধকত শত ।
উভয় বুদ্ধিত সিদ্ধি কৈল.আছিাড Nছ