পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৪৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অভূত ৰামা। এহিবুলি মহাবীৰ পধন দান লৰ কুশ দুই ভাইক কৰিলঃ বন্দন । বর্তমতী দেবীকে' পড়িয়া মিলান্ত । কৃতাঞ্জলি নৱ হৱা বীৰে বুলিলন্ত ॥৫৯৬ শুন মন ৰামৰ আজ্ঞত আসিছিলো । তোমাক আৰো ৰাণী বিস্তৰ বুলিলে । ঔদোষ ক্ষমিবে যোগ্য হোৱয় তোমাৰ নিহেতু জমনা তুমি আমি সবাকাৰ ৷৫৯৭ স্বালত মাৰ যদি অপৰাধ কৰে { কৈসানি জমনী তাৰ অপৰাৰ ঘৰে । পৃথিবী বদতি বাপু কিছু দোষ নাই । বিলম্ব নকৰি চল) গ্ৰীৰামৰ 'ই ॥৪.৯৮ তোহোৰ স্বভাবে মোক কৰিলে স্তোষ । কোব ঘিতো স্মৰে তৰো বধাৰবে। দোষ । সপুত্ৰে সীতাক পাছে প্ৰদক্ষিণ কৰি । আরোধাক যাইতে মনে মহাeীৰ হৰি ৷৫৯৯ পাছ দি লম্ভিলা লোভক ভিল বৰ শকতিক ক্তি দেরি দেবীৰ সমে । -ভৈলন্ত বিস্ময় সবে তবধ নন। কেতিক বুজিলন্ত প্ৰশংসা বচন ।৬• •