পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৪৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অৰ্ভত ৰামাৰিণ । ৰামৰ পাশকে এতিক্ষণে .চল তয় । পাছতে যাইবেহে মই নাহিকে সংশয় । যি পথে আসিলো মই সি পথে চলিবো । ৰামক প্ৰণামি পুনু ইথালৈ আসিবে। ।৫৯১ মাকতি বোলয় ইতো নচন তোমাৰ । পাথৰৰ ৰেখা হেন জানি আাছে সাৰ । এতেকে থাকোক লৱ কু:েশা উব সঙ্গে । একে লগে তিনি হস্তে যাইব মনৰঙ্গে । ৫৯২ বেহি দিনা ময় অযোধ্যাক ও বাই । সেহি দিনা তোমাক দেখিবে লাগে আই । জানকী বোলন্ত ময় তোহোৰ পাছত। সেছি দিন। সভা মাৰে হৈৰোহে। বেকত ॥৫৯৩ বুলিবেঁ। নিশ্চয়ে আত শঙ্কা নকৰিয়ো । দিলোহেঁ। বিদায় তুমি এখনে চলিয়ো । শুনি নকমি লৈ ফুৰিৰ মEঢ় । পড়ি প্ৰণামিলা ধোৱকৰণ ॥২৯৪ কৰযোড়ে হনুমন্তে বুলিলন্ত বাক । জন্মে জন্মে মাং দাক নেড়িবা জামাক। শ্ৰীৰামৰ দাপোৰত হোক মোৰ কায়া । মুহিবাক নপাৰো মোক tিলনের ৫৯৫ ( ১৩ )