এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
অ’ ৰামায়ণ ।
হেনয় বোলন্তে মতে চানিলেক গাৱ ।
কান্দিলা ৰামক মৰি স্মৰি নানা সাৰ ।
মাৰুতি বদতি মাৰ ন কৰিব। ক্রোধ ।
কি কহিবে। ময় তুমি আপুনি বোধ ।৫৭১
যতেক কহিলা মানে সবে সত্য বাক ।
কিন্তু বিচাৰ তুমি ভাণ্ডিছ। আমাক ।
যহি ৰাম কাল তুমি কালী জানো সাৰ ।
আমাত কহিবে মাতৃ নলাগয় অ্যাৰ ॥৫৭২
যিসব কহিল। ময় নমানিলো সাৰ.।
গুন। আবে কহেঁ৷ মাতৃ বেদৰ বিচাৰ ।
যাহাক সেবিয়া কৰে পুৰুষ উদ্ধাৰ ।
পাৱে বৈকুক হয়। সংসাৰৰ ধাৰ ৫৭৩
আছোক তাহান সেবা য়াৰ নাম গাই ।
চণ্ডাল পর্যন্ত সংসাৰৰ পাৰ পাই।
যাৰ ৰাম হেন নাম অকস্মাত যুৰি ।
কালৰ এড়াই হাত ভববন্ধ তৰি ॥৫৭৪
যম কাল মৃত্যুৰ এড়াই সিতে। ভাগ ।
হেন ৰাম পদে যাৰ প্ৰেম অনুৰাগ ¢
হেন কি তোমাক কালে কৰে অনুৰোধ ।
বেদ পুৰাণত ইতে বচন বিৰোধ ৫৬৫