পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৪২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অস্ত বাড়ায়। তেহে কাল প্রভু কৰে যাক যেন ইচ্ছা । বলে বা উপায়ে কোনে কযে তাক মিছা । শ্ৰীৰামৰ চেষ্টাকেদে সবে বোলে কাল । ঘলীৰ মাজত বলী জানিব বিশাঙ্গ ॥৫৬৬ তাহাক এড়াইতে আছে কাহাৰ শকতি। যাবত নকৰে প্ৰভু ৰামত ভকতি । দয় ভাঙ্গিয়া তোত কহিলে। প্রকটে । তান ইচ্ছ৷ বিনে বাপু একোৱে নঘটে ।৫৬৭ গোহোতে প্রমাণ আৰ কি কৈবো আনৰ । তান সেনাকেসে বাহঁ। আছিল বিস্তৰ । তাহান চৰণ ময় সেবিলে। যিমত । তয় ভালে জান আনে নজানে সাম্প্ৰত ৫ ৬৮ ভম্মত হুনিলে যেন নিস্ফল প্ৰয়াস । সেহিমতে মোৰ বাহঁ সবে ভৈল নাগ । তান ইচ্ছ। মাত্র বাপু দেয়। ভৈল সাৰ । তভু বাহু কৰা তুমি আমাক নিবাৰ ॥৫৬৯ মোক তেজি ৰামে ব্ৰহ্মাচৰ্য্য ব্ৰত ধৰি । কান্দে প্ৰবৰ্ত্তায়া আছে নানা যজ্ঞ কৰি । হেন কি ৰামৰ কাছে মোক নিতে চাহা । নিমাইবাৰ বঢ়ি তুমি কিসক জ্বালাহ ॥৫৭৭