পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৩৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অটুত ৰামায়ণ । লঙ্কাত তোমাক দেখি যত ইৰ্ষ বিষাদ লভিলো যাই । মিলবু মুকুতি পদতো সি খুঃখ আনন্দ জামোহেঁ৷ নাই। ৫৩৮ ৰাবণ বীৰৰ প্রভাব' জুমৰি ইন্দ্ৰৰ অীজিয়ো কাম্প । তোমাৰ নিমিত্তে দি হেন বীৰক একেশ্বৰে দিলো বশ । ক্ষুদ্র মৎস্য ৰ । ক্ষুধাত যেহেন কুম্ভীৰ ক ঝাম্প দিল । ই দ্ৰজিত ধৰি গলে জড়ি দিয়া ৰাজাত ভেটাইতে নিল । ৭৩৯ লাথি ভুকু কিল। যত মান দিল তাক কোনে গণিৰেক । ৰাজাত যোগাইল কাটিবাক দিল দৈধে মোৰে লিখিলেক । তৈল মিসলাই কাপৰ মেহ্রাই গাৱত লগাইল জুই । অtথাপোড়া কাষ্ঠ খণ্ডৰ অকাৰ আজিয়েই আছোহে। হুই । ( ১২ )