পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৩১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অঙত ৰামায়ণ । ১২৯ হনুক বঞ্চিত ৰূপ বিপৰীত ধৰিলা জগত অই। লব-কুশ সঙ্গে ম' ৰুতিয়ো ৰঙ্গে সেহি সভা পাইলা যাই ৷৫২৮ চলুক গলাই হনুমন্তে চাই দেখিলা অনেক সীতা । নাগিনী যোগিনী প্রত্যেককে সেবি বেঢ়ি আছে চতুৰ্ভিত। জনক নন্দিনী সম স্থধ্বপিনী মধুৰ ভাষিণী বালা । জাতিতো পদ্মিনী কুৰঙ্গ নয়নী মূখ নিন্দি শশীকলা ॥৫২৯ লব-কুশ প্রতি সঙ্গোধি মাৰুতি বুলিলা মৃত্ন কৰিয়া । কোন দেবী গণ সীতাৰ সমান। আাকাৰ অাছে ধৰিয়া । বাৰেক আসিয়া, গৈলোহেঁ৷ দেখিয়া এক মাত্র দেবী সীতা । দেবী অসংখ্যাত, দেখি জাবে আত মনে মোৰ ভৈল চিস্তা ॥৫ ৩০