পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৩০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


________________

অদ্ভুত ৰামায়ণ। গােসানী সীতাক, মােৰ দেখিবাক, উত্ৰাৱল কৰে মন। দুইহানাে চৰণে, পশিলাে শৰণে, কয়েক দশন। মাৰুতিৰ মন, | জানিয়া তেখন, গােসানী চিন্তে উপাই। পবন কুমাৰ, পাইলে অজি মােৰ থাকিবাৰ শক্তি নাই। ৫২৬ মাৰুতি যেমন | মােক নিচিনয় ধৰে। ৰূপ অসংখ্যাত। মায়াবী ৰূপৰ । | থাকিবে। ভিতৰ বিচাৰি পাইবে কোথাত। হেন চিন্তি মনে | ভৈলন্ত তেখনে | সহস্র সহস্র সীতা। সেহি ৰূপ গুণ বয়স তরুণ। | পতিব্রতা সুচৰিত।৫২৭ বই সিংহাসনে | ধৰিছে যােগান, নাগ নাৰী চতুর্ভিত। করে.স্তুতি নতি পৰম ভকতি সাধে বৰ যেন চিত। | নাগ না